• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে…

4 years ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

46 minutes ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

1 hour ago
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

10 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

11 hours ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

12 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

13 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

14 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে…

editor by editor
October 15, 2022
in জীৱনশৈলী, ফেশ্বন, ভাৰত, ৰাজনীতি
0
‘মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে…
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘আপোনাৰ মন গ’লে বিকিনি পিন্ধক। কিন্তু আমাৰ সম্প্ৰদায়ৰ যুৱতী-মহিলাক হিজাৰ খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ মুখ খুলিছে AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে। দেশৰ প্ৰধানমন্ত্ৰীৰ আসনতো হিজাব পৰিহিতা মহিলাক দেখিবলৈ আগ্ৰহী ওৱেছিয়ে কয়, ‘ মুছলিম মহিলাক জোৰ কৰি হিজাব খুলিবলৈ বাধ্য নকৰিব। হিজাবেৰে মূৰ ঢাকি ৰখা মানেই মস্তিষ্কত চাপ কঢ়িওৱা নহয়। দেশৰ অগ্ৰগতিত মুছলমান মহিলাৰ অবদান কম নহয়।’

চলিত বছৰত শিক্ষা প্ৰতিষ্ঠানত হিজাব পৰিধান কৰাটো নিষিদ্ধ কৰিছে কৰ্ণাটক চৰকাৰে। কৰ্ণাটক চৰকাৰে দিয়া এই ৰায়ক লৈ উচ্চতম ন্যায়ালয়তো অব্যাহত আছে বিচাৰ। ৰায়ক লৈ উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপতিৰ মাজতো মতানৈক্যই দেখা দিছিল। হিজাব পৰিধানক ব্যক্তিগত অধিকাৰ বুলি স্বীকৃতি দিবলৈ চেষ্টা কৰিছে বিচাৰপতি সুধাংশু ধুলিয়াই। সুধাংশু ধুলিয়াই দিব খোজা ৰায়ক সমৰ্থন জনাই মন্তব্য আগবঢ়াইছে AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে।

ওৱেছিয়ে উল্লেখ কৰা অনুসৰি, ‘হিজাব মুছলমান যুৱতী, মহিলাৰ ব্যক্তিগত পছন্দ। এইয়া নিপিন্ধিবৰ বাবে বাধ্যতামূলক কৰোৱা উচিত কথা নহয়। এজন শিখ, হিন্দু অথবা খ্ৰীষ্টান শিক্ষাৰ্থীয়ে ধৰ্মীয় চিহ্ন ৰাখি শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিব পাৰে তেন্তে মুছলমানে হিজাব পিন্ধাত আপত্তি কিয়?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ
জীৱনশৈলী

April 18, 2026
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত
জীৱনশৈলী

অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

April 18, 2026
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল
জীৱনশৈলী

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

April 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

April 17, 2026
Next Post
১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন