• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

4 months ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

7 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

8 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

10 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

10 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

12 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

13 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

14 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

editor by editor
May 22, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাইগ্ৰেইন হৈছে এক তীব্ৰ স্নায়ুজনিত সমস্যা (Neurological Condition), যাৰ ফলত মূৰৰ এটা অংশত বা গোটেই মূৰত অসহ্য স্পন্দনযুক্ত বিষ হয়। এই বিষ কেইবামিলিনিটৰ পৰা আৰম্ভ কৰি কেইবাদিনলৈকে থাকিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বতে বহু সংখ্যক লোক এই ৰোগত আক্ৰান্ত আৰু পুৰুষতকৈ মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা তিনিগুণ বেছিকৈ দেখা যায়।

মাইগ্ৰেইনৰ বিষ অনুভৱ হ’লেই পোহৰ আৰু শব্দ কম থকা এটা শান্ত, অন্ধকাৰ কোঠাত চকু বন্ধ কৰি জিৰণি লওক। উজ্জ্বল পোহৰে বিষ বৃদ্ধি কৰে। দৈনিক ৭ৰ পৰা ৮ ঘণ্টা নিয়মীয়া টোপনিৰ অভ্যাস কৰক। ডায়েটিচিয়ানে কয় যে, মাইগ্ৰেণৰ বিষ নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদিক ব্যৱস্থা পালন কৰিব পাৰি। মাইগ্ৰেইনৰ বিষ হ’লে কি কি কথা মানি চলিব লাগে বিশেষজ্ঞসকলৰ পৰা জানক।

  1. আদাৰ প্ৰদাহ-প্ৰতিৰোধী (anti-inflammatory) গুণ থাকে। মাইগ্ৰেইনৰ বিষ আৰু বমি বমি ভাব কমাবলৈ আদাৰ চাহ বা আদাৰ গুড়ি খাব পাৰে।
  2. আমলখি, ভোমোৰা আৰু শিলিখা এই তিনিটা বস্তু ত্ৰিফলাত অন্তৰ্ভুক্ত। এইবোৰ খালে মাইগ্ৰেইনৰ বিষৰ পৰা সকাহ পোৱা যায়। নিয়মীয়াকৈ ত্ৰিফলা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ হয়। ইয়াৰ লগতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ কামো কৰে। ৰাতি শুই উঠাৰ আগতে এচামুচ ত্ৰিফলা গুড়ি গৰম পানীৰ লগত খাব পাৰে।
  3. শৰীৰৰ তাপ শীতল কৰাত ব্ৰাহ্মীও অতি উপকাৰী। ইয়াৰ উপৰিও পিত্তৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি মাইগ্ৰেণৰ বিষে আপোনাক বাৰে বাৰে অশান্তি দিছে, তেন্তে ৰাতি ব্ৰাহ্মী চাহ খাব পাৰে।
  4. নাৰিকল পানীয়ে হৰম’নৰ পৰিৱৰ্তন নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ লগতে চৰ্দি লগাৰ সমস্যাও হ্ৰাস কৰে। সপ্তাহত কমেও তিনিবাৰকৈ নাৰিকল পানী খালে মাইগ্ৰেণৰ বিষৰ পৰা সকাহ পাব।
  5. শৰীৰত মেগনেছিয়ামৰ অভাৱ হ’লে মাইগ্ৰেইন বৃদ্ধি পাব পাৰে। গতিকে খাদ্য তালিকাত মেগনেছিয়ামযুক্ত খাদ্য যেনে— কল, আলমণ্ড (কাঠবাদাম) আদি অন্তৰ্ভুক্ত কৰক।
  6. দৈনিক যোগভ্যাস আৰু ধ্যানে মানসিক চাপ নিয়ন্ত্ৰণ কৰি মাইগ্ৰেইন আক্ৰমণৰ হাৰ বহুখিনি হ্ৰাস কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!
জীৱনশৈলী

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

September 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

September 18, 2026
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?
নিয়োগ

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

September 18, 2026
Next Post
ভাৰতে পুনৰ দেখুৱালে শক্তি, অগ্নি-১ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

ভাৰতে পুনৰ দেখুৱালে শক্তি, অগ্নি-১ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

Cockroach Janata Party কেনেকৈ ট্ৰেণ্ড হৈ পৰিল? আঁৰৰ কাৰণ জানক

Cockroach Janata Party কেনেকৈ ট্ৰেণ্ড হৈ পৰিল? আঁৰৰ কাৰণ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.