দীর্ঘদিন ধৰি দুর্নীতিত অভিযুক্ত ধুবুৰীৰ পৰিবহণ বিষয়া অৱশেষত আৰক্ষীৰ জালত। cidয়ে গ্ৰেপ্তাৰ কৰা আৰিফুলক ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ। ধুবুৰীৰ বিভিন্ন ছিণ্ডিকেটেৰে জড়িতৰ অভিযোগ আৰিফুলৰ বিৰুদ্ধে। চৰকাৰ কঠোৰ হোৱাৰ পাছতো ধুবুৰীত পুনৰ সক্ৰিয় ছিণ্ডিকেট বাহিনী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ