• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

7 months ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

39 minutes ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

1 hour ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

3 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

4 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

5 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

6 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

14 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

14 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

14 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

14 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

editor by editor
March 17, 2026
in জীৱনশৈলী, বাণিজ্য
0
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
0
SHARES
925
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মধ্যবিত্ত বিনিয়োগকাৰীসকলৰ মাজত সকলোতকৈ জনপ্ৰিয় স্কিম হৈছে ফিক্সড ডিপোজিট৷ টকা থাকে নিৰাপদে, ইয়াৰ সৈতে নিশ্চিত ৰিটাৰ্ণ৷ এতিয়া ফিক্সড ডিপোজিটৰ ৰিটাৰ্ণ বেছ আকৰ্ষণীয় হৈ উঠিছে৷ ফলত বহু বিনিয়োগকাৰীয়েই এই দিশত আকৰ্ষিত হৈছে৷ কৈ থোৱা ভাল, এনে এফ ডিত সুদৰ হাৰ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ হয়৷
ইউনিয়ন বেংক অফ ইণ্ডিয়া এক শীৰ্ষস্থানীয় চৰকাৰী বেংক৷ এই চৰকাৰী বেংকে তেওঁলোকৰ গ্ৰাহকৰ এফ ডি স্কিমসমূহত চমৎকাৰ সুদৰ হাৰ প্ৰদান কৰে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াত নূন্যতম ৭দিনৰ বাবে এফ ডি একাউণ্ট খুলিব পাৰে৷
ইয়াৰোপৰি এই চৰকাৰী বেংকত সৰ্বোচ্চ ১০ বছৰৰ বাবে এফ ডি একাউণ্ট খুলিব পাৰে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াই বিভিন্ন ম্যাদত এফ ডি স্কিমসমূহত ২.৭৫ শতাংশৰ পৰা ৭.৩৫ শতাংশ পৰ্যন্ত সুদৰ হাৰ প্ৰদান কৰে৷ ইয়াতেই জানি থওক ইউনিয়ন বেংক অফ ইণ্ডিয়াত ৪৪৪ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পোৱা যাব পাৰে?
ইউনিয়ন বেংক অফ ইণ্ডিয়াত ৪৪৪ দিনৰ এফ ডিত সৰ্বোচ্চ সুদ দিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াই৷ তেওঁলোকে গ্ৰাহকসকলক ৪৪৪ দিনৰ বিশেষ এফ ডি স্কিমত সৰ্বোচ্চ সুদৰ হাৰ দিছে৷ উল্লেখ্য যে ইউনিয়ন বেংক অফ ইণ্ডিয়াই সম্প্ৰতি ৪৪৪ দিনৰ ম্যাদৰ এক নতুন এফ ডি স্কিম আৰম্ভ কৰিছে৷ এই বেংকে সাধাৰণ নাগৰিকসকলৰ বাবে সৰ্বোচ্চ ৬.৬০ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.১০ শতাংশ আৰু ছুপাৰ চিটিজেন বা ৮০ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে ৭.৩৫ শতাংশ হাৰত সুদ প্ৰদান কৰে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ এটা ৪৪৪ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে ম্যাদপূৰ্তিত ১৬,৫৭৭ টকাৰ নিৰ্দিষ্ট সুদসহ মুঠ ২১৬,৫৭৭ টকা লাভ কৰিব গ্ৰাহকে৷
ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ এক ৪৪৪ দিনৰ এফ ডিত ২ লাখ টকা জমা ৰাখিলে ম্যাদপূৰ্তিত ১৭,৮৭৬ টকাৰ নিৰ্দিষ্ট সুদসহ মুঠ ২১৭,৮৭৬ টকা পোৱা যাব৷ একেই স্কিমত চিনিয়ৰ চিটিজেনে ম্যাদপূৰ্তিত পাব ১৮,৫২৮ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২১৮,৫২৮ টকা৷ বেংক এফ ডি এক নিৰাপদ বিনিয়োগ প্ৰকল্প, য’ত ম্যাদপূৰ্তিত এক নিৰ্দিষ্টসুদ সহ সম্পূৰ্ণ জমা টকা উভতাই পোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
Next Post
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.