• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিবলৈকে ৱাৰ্ড মেম্বাৰক লাগে ১৫০০ টকা, মুখ্যমন্ত্ৰীৰ সন্মুখত সকলো উদঙালে ভুক্তভোগী মহিলাই…

অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিবলৈকে ৱাৰ্ড মেম্বাৰক লাগে ১৫০০ টকা, মুখ্যমন্ত্ৰীৰ সন্মুখত সকলো উদঙালে ভুক্তভোগী মহিলাই…

3 years ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

44 minutes ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

1 hour ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

2 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

3 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

4 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

5 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

5 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

6 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

6 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

7 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

8 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিবলৈকে ৱাৰ্ড মেম্বাৰক লাগে ১৫০০ টকা, মুখ্যমন্ত্ৰীৰ সন্মুখত সকলো উদঙালে ভুক্তভোগী মহিলাই…

editor by editor
January 28, 2023
in অসম, ৰাজনীতি
0
অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিবলৈকে ৱাৰ্ড মেম্বাৰক লাগে ১৫০০ টকা, মুখ্যমন্ত্ৰীৰ সন্মুখত সকলো উদঙালে ভুক্তভোগী মহিলাই…
0
SHARES
938
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ছিপাঝাৰৰ পথৰুঘাটত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহি মহিলাৰ বিলৈ৷

পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহিছিল এগৰাকী বিশেষ ভাবে সক্ষম মহিলাসহ এটা শিশু৷

কিন্তু আৰক্ষীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত বাধা দিয়ে মহিলাগৰাকীক৷

মুখ্যমন্ত্ৰীৰ সন্মুখত অৰুণোদয়ৰ নামত চলি থকা দুৰ্নীতি উদঙাই দিয়ে মহিলাই।

মঙলদৈৰ বান্দিয়া পঞ্চায়তৰ অন্তৰ্গত মহিলাগৰাকীক অনিল নামৰ ৱাৰ্ড মেম্বাৰ এগৰাকীয়ে অৰুণোদয় আচঁনিৰ বাবে ১৫০০ টকা দাবী কৰিছিল৷

মনোৱাৰা বেগম নামৰ মহিলাগৰাকীয়ে বিশেষভাবে সক্ষম কন্যা সন্তানক লৈ মুখ্যমন্ত্ৰীক সাক্ষাতৰ চেষ্টা চলায় সফল হয়৷

ৱাৰ্ড মেম্বাৰৰসমূহ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰে মহিলাগৰাকীয়ে৷

অৱশেষত মুখ্যমন্ত্ৰীয়ে মহিলা গৰাকীক সাক্ষাৎ কৰি অৰুণোদয়ৰ ধন মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

July 15, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
Next Post
২০২৩ চনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা

২০২৩ চনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা

বিবিচিৰ তথ্যচিত্ৰই প্ৰথম নহয়! ইয়াৰ পূৰ্বেও বহুকেইখন তথ্যচিত্ৰ ৰোষত পৰিছে চৰকাৰৰ…

বিবিচিৰ তথ্যচিত্ৰই প্ৰথম নহয়! ইয়াৰ পূৰ্বেও বহুকেইখন তথ্যচিত্ৰ ৰোষত পৰিছে চৰকাৰৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.