• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপেই দখল কৰিব গুজৰাট! শংকিত হৈ বিজেপিয়ে দিছে কেজৰিৱাললৈ এই অফাৰ…

আপেই দখল কৰিব গুজৰাট! শংকিত হৈ বিজেপিয়ে দিছে কেজৰিৱাললৈ এই অফাৰ…

4 years ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

17 minutes ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

57 minutes ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

2 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

2 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

3 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

4 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

4 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

5 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

7 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

8 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

8 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আপেই দখল কৰিব গুজৰাট! শংকিত হৈ বিজেপিয়ে দিছে কেজৰিৱাললৈ এই অফাৰ…

editor by editor
November 5, 2022
in ভাৰত, ৰাজনীতি
0
আপেই দখল কৰিব গুজৰাট! শংকিত হৈ বিজেপিয়ে দিছে কেজৰিৱাললৈ এই অফাৰ…
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুজৰাট নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই মূৰৰ কামূৰণি বাঢ়িছে বিজেপি দলৰ। এইবাৰ অৰবিন্দ কেজৰিৱালো একপ্ৰকাৰে নিশ্চিত, গুজৰাটৰ গাদীত আপেই বহিব। কেৱল আপেই নিশ্চিত হৈছে এনে নহয়, গুজৰাটত বিজেপিৰ দলীয় কৰ্মকৰ্তা শংকিত হৈছে আপৰ আগ্ৰাসনত। সেয়ে আপ প্ৰধানগৰাকীলৈ বিজেপিয়ে দিছে কেইবাটাও অফাৰ। গুজৰাটত নিৰ্বচনী যুঁজ দিয়াৰ পৰা বিৰত থাকিবৰ বাবেই আগবঢ়োৱা হৈছিল অফাৰ। চুক্তিত তেওঁলোকে কৈছিল যে যদি গুজৰাটত নিৰ্বাচন নেখেলে তেন্তে মনিষ চিচোডিয়া আৰু সত্যেন্দ্ৰ জৈনৰ কোনো জেৰা নচলিব।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত কেজৰিৱালে দিয়া এক সাক্ষাৎকাৰত কৈছিল, ‘আপ এৰি দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ কথা মনীষ চিছোদিয়াই ভৱা নাই বুলি জানো। এতিয়া বিজেপিয়ে আমাক প্ৰস্তাৱ দিছে গুজৰাট এৰি দিব লাগে। যদি আমি গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ নলও তেন্তে আমাৰ সত্যেন্দ্ৰ জৈন আৰু মনীষ চিছোদিয়াক তেওঁলোকে এৰি দিব। তেওঁলোকৰ ওপৰত লগা সকলো কেছ উঠাই ল’ব।’

কোনে দিছে এই প্ৰস্তাৱ?

কেজৰিয়ালে এই সম্পৰ্কে স্পষ্টৰূপত কয়, ‘নিজৰ মানুহৰ নামনো কেনেকৈ কও? বিজেপিয়ে সন্মুখলৈ আহি জানো কেতিয়াবা এইবোৰ প্ৰস্তাৱ দিয়ে? আমাৰ মানুহক দিয়েই কোৱাইছে। তেওঁলোকে বহুকেইজন মানুহক দি এইকথা কোৱাইছে।’ আপ প্ৰধানগৰাকীৰ দাবী, গুজৰাট বিধানসভা নিৰ্বাচন, দিল্লীৰ পৌৰসভা নিৰ্বাচন দুয়োটাক লৈয়েই বিজেপি এতিয়া চাপত আছে। ইয়াৰোপৰি পঞ্জাৱৰ দৰেই গুজৰাটো দখল কৰিব আপে। ১৮২ খন আসনৰ এখনো কংগ্ৰেছে নাপায়। গুজৰাটত এতিয়া দুই নম্বৰত আছে আপ। এমাহৰ ভিতৰতেই আপে বিজেপিক টক্কৰ দিব। ইতিমধ্যেই আপে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ বাবে প্ৰাৰ্থীও চিনাক্ত কৰিছে। কেৱল চিনাক্ত কৰাই নহয় নামো ঘোষণা কৰিছে। জনপ্ৰিয় এংকৰ ইছুদান গঢ়বীয়েই শপত ল’ব গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে বুলিও দাবী কৰিছে এতিয়া আপ প্ৰধানগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
Next Post
নিজা কাৰ্যকালৰ খতিয়ান! মুখ্যমন্ত্ৰীয়ে অসম বাৰ্তাত লিখিলে এই গুৰুত্বপূৰ্ণ লেখা

নিজা কাৰ্যকালৰ খতিয়ান! মুখ্যমন্ত্ৰীয়ে অসম বাৰ্তাত লিখিলে এই গুৰুত্বপূৰ্ণ লেখা

সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা…

সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.