• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 weeks ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

22 minutes ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

10 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

10 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

11 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

11 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

12 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

13 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

13 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

13 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

15 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

15 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

editor by editor
April 13, 2026
in জীৱনশৈলী, বিনোদন, ভাৰত
0
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
0
SHARES
639
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ জোৰত শূন্যৰ পৰা সাফল্যৰ শিখৰত উঠিছে আৰু ভাৰতীয় প্লেবেক সংগীতৰ অন্যতম ধনী ব্যক্তিত্বত পৰিণত হৈছে৷ জানি থওক এই সংগীত আইকনে তেওঁৰ জীৱনজুৰি ঘটা সম্পদ আৰু প্ৰতিপত্তি কাক চমজাই গৈছে?
সুৰৰ সম্ৰাজ্ঞী আশা ভোঁছলেই ৯২ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰিছে৷ সাত দশকৰো বেছি দীৰ্ঘ কৰ্মজীৱনত তেওঁ ১২০০০ ৰো বেছি গীত আৰু তেওঁৰ বিশ্বব্যাপী ৰেস্তোৰাঁ ব্যৱসায়ৰ মাধ্যমেৰে আনুমানিক ৮০-১০০ কোটি টকাৰ বিপুল সম্পদ আৰু অমূল্য উত্তৰাধিকাৰ ৰাখি গৈছে৷ অথচ নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ জোৰত তেওঁ শূন্যৰ পৰা সাফল্যৰ শিখৰত উঠিছে আৰু ভাৰতীয় প্লেবেক সংগীতৰ অন্যতম ধনী ব্যক্তিত পৰিণত হৈছে৷
ভাৰতীয় সংগীত জগতৰ সুৰৰ ৰাণী আশা ভোঁছলেই ৯২ বছৰ বয়সত প্ৰয়াত হৈছে৷ যিয়ে সমগ্ৰ দেশত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে৷ দেওবাৰে তেওঁৰ সন্তান আনন্দ ভোঁছলেই তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে৷ তিনি সন্তানৰ ভিতৰত দুই সন্তানক হেৰুৱাইছে৷ ফলত বিপুল সম্পত্তিৰ সাম্ৰাজ্যৰ মালিকানা পাব তেওঁৰ এক সন্তানৰ আৰু দুই নাতি-নাতিনীয়ে৷
সংগীত আৰু ৰয়েলটিৰ পৰা আয় কৰাই আশাজীৰ আয়ৰ প্ৰধান উৎস আছিল৷ তেওঁ গীত গোৱাৰ বাবে পাৰিশ্ৰমিক আৰু গীতৰ ৰয়েলটি লাভ কৰি আছিল৷ ২০টাতকৈ অধিক ভাষাত ১২০০০ গীত গাইছিল তেওঁ৷ যি বিশ্ব ৰেকৰ্ড৷ তেওঁৰ দেশীয় আৰু আন্তৰ্জাতিক লাইভ শ্ব’ আৰু সংগীত যাত্ৰাৰ পৰাই তেওঁ প্ৰচুৰ আয় কৰিছে৷ তেওঁৰ পুৰণি গীতসমূহৰ ডিজিটেল ষ্ট্ৰিমিং আৰু ৰেডিঅ’ত প্ৰচাৰৰ পৰা নিয়মিত ৰয়েলটি পাই আছিল৷
তেওঁ কেৱল এগৰাকী শিল্পীয়েই নহয়৷ তেওঁ আছিল এগৰাকী সফল ব্যৱসায়ীও৷ ডুবাই, কুৱেইট আৰু যুক্তৰাজ্যসহ বিশ্বৰ বিভিন্ন চহৰত আশাছ’ নামৰ তেঁওৰ ৰেস্তোৰা আছে৷ মুম্বাইৰ অভিজাত এলেকাসমূহতো তেওঁৰ কোটি কোটি টকা মূল্যৰ কেইবাটাও দামী ফ্লেট আৰু বাংলো আছে৷ ইয়াৰোপৰি তেওঁ কেইবাটাও নামকৰা ব্ৰেণ্ডৰ সৈতে যুক্ত হৈ প্ৰচুৰ সম্পদ অৰ্জন কৰি গৈছে৷
বিলাসী বাহনৰ প্ৰতি আশাৰ আছিল বিশেষ চখ৷ আশা ভোঁছলেই দামী আৰু বিলাসী যানবাহনত আগ্ৰহী আছিল বাবেই তেওঁৰ অডিসহ কেইবাটাও বিলাসী ব্ৰেণ্ডৰ বাহন আছে৷ যিসমূহ তেওঁ যাতায়াতৰ বাবে ব্যৱহাৰ কৰিছিল৷ সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি তেওঁৰ মুঠ সম্পদৰ পৰিমাণ আনুমানিক ৮০ কোটিৰ পৰা ১০০ কোটিৰ ভিতৰত৷ তেওঁৰ মুকুতা আৰু হীৰাৰ গহনাৰো বহু সংগ্ৰহ আছে৷ যিসমূহ তেওঁৰ ট্ৰেডমাৰ্ক হৈ উঠিছিল৷
স্থাৱৰ আৰু অস্থাৱৰ সম্পদৰ ওপৰিও আশাজীয়ে তেওঁৰ কণ্ঠৰ অমূ্ল্য উত্তৰাধিকাৰ ৰাখি থৈ গৈছে৷ তেওঁ দাদাছাহেব ফাল্কে পুৰস্কাৰ আৰু পদ্মবিভূষণ সহ সৰ্বোচ্চ সন্মানেৰে ভূষিত হৈছিল৷ তেওঁ সৰ্বদা তেওঁৰ সম্পদৰ এটা অংশ সমাজসেৱা আৰু দাতব্য কামত উৎসৰ্গা কৰিছিল৷ তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় ল’লেও তেওঁৰ কণ্ঠ আৰু কঠোৰ পৰিশ্ৰমে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

May 3, 2026
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
Next Post
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.