• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

1 year ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

28 minutes ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

1 hour ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

2 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

2 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

3 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

3 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

4 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

5 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

6 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

7 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

editor by editor
June 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহাৰৰ গুপ্ত নৱৰাত্ৰিত ৯ নিশা ধৰি মা দুৰ্গাৰ আৰাধনা কৰা হয়৷ এবছৰত মুঠ চাৰিবাৰ নৱৰাত্ৰি পালিত হয়৷ ইয়াৰ মাজত দুটা সাধাৰণ নৱৰাত্ৰি আৰু দুটা গুপ্ত নৱৰাত্ৰিষ সাধাৰণ নৱৰাত্ৰি হৈছে চ’ত নৱৰাত্ৰি যি বাসন্তী পূজা নামেৰেও পৰিচিত আৰু শাৰদীয় নৱৰাত্ৰি যি আমি শাৰদীয় দুৰ্গাপূজা হিচাপে পালন কৰো৷ গুপ্ত নৱৰাত্ৰি পালিত হয় মাঘ মাহ আৰু আহাৰ মাহত৷ গুপ্ত নৱৰাত্ৰিত প্ৰধানকৈ তন্ত্ৰসাধকে দশ মহাবিদ্যাৰ আৰাধনা কৰা হয়৷

আহাৰৰ গুপ্ত নৱৰাত্ৰি ২০২৫

বৈদিক পঞ্জিকা অনুসৰি বছৰৰ প্ৰথম নৱৰাত্ৰি হৈছে আহাৰৰ গুপ্ত নৱৰাত্ৰি৷ আহাৰ মাহৰ শুক্লপক্ষৰ প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত চলে নৱৰাত্ৰি৷

  • নৱৰাত্ৰি আৰম্ভ হব ২৬ জুন ২০২৫ৰ পৰা৷
  • নৱৰাত্ৰিৰ অৱসান ঘটিব ৪ জুলাই ২০২৫ত৷
  • আহাৰৰ শুক্লা প্ৰতিপদ পৰিব ২৫ জুনৰ বিয়লি ৪বজাত৷
  • প্ৰতিপদ তিথিৰ অৱসান ঘটিব ২৬ জুলাই দুপৰীয়া ১ বাজি ২৪ মিনিট পৰ্যন্ত
  • উদয়া তিথি অনুসৰি ২৬ জুলাইৰ পৰা আৰম্ভ নৱৰাত্ৰি৷
  • ঘট স্থাপনৰ শুভ সময় ২৬ জুলাইৰ পুৱা ৪ বাজি ৩৩ মিনিটৰ পৰা পুৱা ৬ বাজি ৫ মিনিটৰ ভিতৰত৷
  • অভিজিৎ মুহূৰ্ত ২৬ জুলাইৰ পুৱা ১০ বাজি ৫৮ মিনিটৰ পৰা পুৱা ১১ বাজি ৫৩ মিনিট পৰ্যন্ত৷

আহাৰৰ গুপ্ত নৱৰাত্ৰি ২০২৫ৰ শুভ যোগ

আহাৰৰ গুপ্ত নৱৰাত্ৰিৰ প্ৰথম দিনাই দুটা অত্যন্ত শুভ যোগ পৰিছে৷ ধ্ৰুৱ যোগ থাকিব ২৬ জুলাইৰ নিশা ১১ বাজি ৪০ মিনিট পৰ্যন্ত আৰু সৰ্বাৰ্থ সিদ্ধি যোগ থাকিব ২৬ জুলাইৰ পুৱা ৮ বাজি ৪৬ মিনিটৰ পৰা ২৭ জুলাইৰ পুৱা ৫ বাজি ৩৫ মিনিট পৰ্যন্ত৷

আহাৰৰ গুপ্ত নৱৰাত্ৰিত দহ মহাবিদ্যাৰ আৰাধনা

তন্ত্ৰসাধকৰ বাবে গুপ্ত নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে৷ চ’ত নৱৰাত্ৰি আৰু শাৰদীয় নৱৰাত্ৰিৰ তুলনাত গুপ্ত নৱৰাত্ৰিৰ আচাৰ আচৰণ বহুপৰিমাণে পৃথক৷ এই নৱৰাত্ৰিত গোপনে দুৰ্গা আৰাধনা কৰা হয়৷ সেয়ে ইয়াক গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয়৷ আহাৰৰ গুপ্ত নৱৰাত্ৰিত দহ মহাবিদ্যা অৰ্থাৎ কালী, তাৰা, ত্ৰিপুৰা সুন্দৰী, ভূৱনেশ্বৰী, ছিন্নমস্তা, ত্ৰিপুৰা ভৈৰৱী, ধূমাৱতী, বগলামুখী, মাতঙ্গী আৰু কমলাৰ আৰাধনা কৰা হয়৷ গুপ্ত নৱৰাত্ৰিত উপাসনা কৰাৰ বাবে মাজনিশাৰ পৰা সূৰ্যোদয়ৰ ঠিক পূৰ্বৰ সময়খিনি সকলোতকৈ উপযুক্ত৷ এই নৱৰাত্ৰি পালন কৰিলে চাৰি পুৰুষাৰ্থ অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষলাভ হয় বুলি ধৰ্মীয় বিশ্বাস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
Next Post
এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.