• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা

ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা

2 years ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

16 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

1 hour ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা

editor by editor
December 18, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা

ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ঘোষণা ভাৰতীয় ক্ৰিকেট দলৰ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ। অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট মেছৰ তৃতীয়খন খেল গাবা টেষ্টৰ পাছতে ঘোষণা এই অৱসৰৰ।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আজি ১৮ ডিচেম্বৰ বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।

২০১০ চনৰ ১২ জুনত হাৰাৰেত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ হৈ টি-২০ত অভিষেক ঘটা অশ্বিনে মুঠ ৬৫খন মেচত খেলিছিল য’ত তেওঁ ৭২টা উইকেট দখল কৰিছিল।

আনহাতে ২০১১ চনৰ ৬ নৱেম্বৰত দিল্লীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট খেলত অভিষেক ঘটোৱাৰ পাছৰে পৰা অশ্বিনে মুঠ ১০৬খন মেচ খেলিছে আৰু ৫৩৭ আউট দখল কৰিছে। ভাৰতৰ হৈ পাঁচ দিনীয়া টেষ্ট ফৰ্মেটত অশ্বিনতকৈ অধিক আউট দখল কৰা খেলুৱৈ কেৱল এগৰাকী, সেয়া হৈছে অনিল কুম্বলে (৬১৯)৷

২০১১ চনত এম এছ ধোনিৰ নেতৃত্বত পুৰুষৰ ৫০ অভাৰৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰো সদস্য আছিল অশ্বিন।

ভাৰতৰ হৈ ৪১ খন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) মেচ খেলা অশ্বিনে তেওঁৰ নামত ১৯৫ টা উইকেট লাভ কৰিছে। টেষ্ট ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনৰ উপৰিও অশ্বিনে ভাৰতৰ হৈ ১১৬ খন এদিনীয়া আৰু ৬৫ খন টি-২০ খেল খেলি ক্ৰমে ১৫৬ আৰু ৭২ টা আউট দখল কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerIndian Cricketerinternational cricketRavichandran AshwinRetirement
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
Next Post
ভংগ বহু বছৰৰ পুৰণি ৰেকৰ্ড, কপিল দেৱক পিছ পেলাই আগবাঢ়িল বুমৰাহ

ভংগ বহু বছৰৰ পুৰণি ৰেকৰ্ড, কপিল দেৱক পিছ পেলাই আগবাঢ়িল বুমৰাহ

বুধ ট্ৰেনজিটে খ্ৰীষ্টমাছৰ পূৰ্বে অতিকে চহকী কৰি তুলিব ৩টা ৰাশি, কি কি ৰাশি …

বুধ ট্ৰেনজিটে খ্ৰীষ্টমাছৰ পূৰ্বে অতিকে চহকী কৰি তুলিব ৩টা ৰাশি, কি কি ৰাশি ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.