• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

5 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

3 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

3 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

4 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

4 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

5 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

6 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

7 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

7 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

8 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

9 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

editor by editor
May 4, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
0
SHARES
42
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অসম পশ্চিম বংগ, অসম, কেৰালাম, পুডুচেৰী আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। অসমৰ লগতে আন ৪ ৰাজ্যত আৰম্ভ ভোট গণনা। আজি স্পষ্ট হ’ব EVMত বন্দী হৈছে কাৰ ভাগ্য। অসমৰ ১২৬ খন, কেৰালাৰ ১৪০ খন আসন আৰু পুডুচেৰীত ৩০ খন আসনৰ বাবে ৯ এপ্ৰিলত একক পৰ্যায়ত ভোটদান অনুষ্ঠিত হয়। তামিলনাডুৰ ২৩৪ খন আসনৰ বাবেও ২৩ এপ্ৰিলত একক পৰ্যায়ত ভোটদান হৈছিল। পশ্চিম বংগৰ ২৯৪ খন আসনৰ বাবে দুটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ত ১৬ খন জিলাৰ ১৫২খন আসনত ভোটগ্ৰহণ হয়। ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ৮ খন জিলাৰ ১৪২খন আসনত ভোটদান কৰা হয়। বিশেষকৈ এইবাৰ অসমৰ নিৰ্বাচত জয়ী হৈ কোন আহিব দিছপুৰলৈ তাক লৈ আৰম্ভ হৈছে চৰ্চা।

আজি পুৱা ৮বজাৰ লগে লগে খোল খালে ৰাজ্যৰ ৩০ হাজাৰ EVM। ৪০টা ভোট কেন্দ্ৰত আৰম্ভ হ’ল প্ৰত্যাশিত ভোট গণনা। আজি ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য উদয় হ’ব। এইবাৰ অসমত ১২৬খন আসনৰ বাবে ভোট গণনা, মেজিক নম্বৰ ৬৪, পশ্চিমবংগত ২৯৪ খন আসনৰ বাবে ভোট গণনা, মেজিক নম্বৰ ১৪৮, তামিলনাডুত ২৩৪খন আসনৰ বাবে ভোট গণনা, মেজিক নম্বৰ ১৮৮, পডুচেৰীত ৩০খন আসনৰ বাবে ভোট গণনা, মেজিক নম্বৰ ১৬, কেৰেলামত ১৪০খন আসনৰ বাবে ভোট গণনা, মেজিক নম্বৰ ৭১। অসম, কেৰালা, আৰু পুডুচেৰীত ৯ এপ্ৰিলত একক পৰ্যায়ত ভোটদান হৈছিল। তামিলনাডুতো ২৩ এপ্ৰিলত একক পৰ্যায়ত ভোটদান হৈছিল। ইফালে পশ্চিম বংগত দুটা পৰ্যায় আছিল: প্ৰথমটো ২৩ এপ্ৰিলত আৰু দ্বিতীয়টো এপ্ৰিলত ২৯ তাৰিখ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.