• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চানমাৰীৰ বাকৰি এৰি খানাপাৰাত এইবাৰ গ্ৰন্থমেলাৰ সুবাস

চানমাৰীৰ বাকৰি এৰি খানাপাৰাত এইবাৰ গ্ৰন্থমেলাৰ সুবাস

1 year ago
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

18 mins ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

1 hour ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

2 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

2 hours ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

3 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

2 weeks ago
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

2 weeks ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

2 weeks ago
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

2 weeks ago
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চানমাৰীৰ বাকৰি এৰি খানাপাৰাত এইবাৰ গ্ৰন্থমেলাৰ সুবাস

editor by editor
September 23, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
চানমাৰীৰ বাকৰি এৰি খানাপাৰাত এইবাৰ গ্ৰন্থমেলাৰ সুবাস
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চানমাৰীৰ বাকৰি এৰি খানাপাৰাত এইবাৰ গ্ৰন্থমেলাৰ সুবাস

এইবেলি গ্ৰন্থৰ সুবাস বিচাৰি আপুনি চানমাৰীলৈ নহয়, খানাপাৰালৈহে যাব লাগিব। চানমাৰীৰ বাকৰি এৰি খানাপাৰলৈ স্থানান্তৰ হ’ল অসম গ্ৰন্থমেলা। এতিয়াৰে পৰা গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে উদুলি-মুদুলি নহয় চানমাৰীৰ পদুলি।

গ্ৰন্থপ্ৰেমী ৰাইজে এইবাৰ ঢপলিয়াব লাগিব খানাপাৰালৈ। ইতিমধ্যে খানাপাৰত এইবাৰৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে সকলো কাম কাজ সম্পূৰ্ণ হৈছে। চৰকাৰী ছীল-মোহৰ পৰিছে সকলো কাগজে পত্ৰই।

অহা ২৮ডিচেম্বৰৰ পৰা ১১জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এইবাৰৰ অসম গ্ৰন্থমেলা। প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশক গোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত হবলগীয়া এই গ্ৰন্থমেলাখনি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হব।

উল্লেখ্য যে, অসম গ্ৰন্থমেলাৰ স্থান সলনি হোৱাৰ ইংগিত যোৱা বছৰেই প্ৰদান কৰিছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam BookFairAssam BookFair 2024Chandmarikhanapara
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ
অসম

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ

November 18, 2025
জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?
অসম

জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

November 18, 2025
এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম
অসম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

November 16, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
Next Post
ভাৰতৰ বাবে সংকট! মহাবৈৰী চীনৰ পৰম মিত্ৰ এতিয়া শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি

ভাৰতৰ বাবে সংকট! মহাবৈৰী চীনৰ পৰম মিত্ৰ এতিয়া শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি

নতুন সপ্তাহত বিশেষ ৰাজযোগ, উন্নতিয়ে আকাশ চুব ৫ ৰাশিৰ

নতুন সপ্তাহত বিশেষ ৰাজযোগ, উন্নতিয়ে আকাশ চুব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.