অসম লাইভ২৪ঃ
বাজেটত বিত্তমন্ত্ৰীৰ শিক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
৫০০ খন হাইস্কুলৰ আন্তগাঁথনি উন্নয়নৰ লক্ষ্য বাজেটত
৫০০ খন হাইস্কুলক প্রদান কৰা হ’ব ৫ কোটিকৈ টকা
একেৰাহে প্রথম স্থানৰে নৱম শ্রেণীলৈ উত্তীৰ্ণ শিক্ষাৰ্থীক দিয়া হ’ব টেবলেট
চৰকাৰী স্কুলৰ নৱম শ্রেণীৰ শিক্ষাৰ্থীলৈ চাইকেল
স্নাতকলৈ প্রদান কৰা হ’ব বিনামূলীয়া পাঠ্যপুথি
HSত প্রথম স্থান প্রাপকলৈ স্কুটী
১০০ খন আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা
চাহ বাগিচাত স্থাপন কৰা হ’ব ১০০ খন নতুন হাইস্কুল
শিৱসাগৰ কলেজ বিশ্ববিদ্যালয় হ’ব
JB কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব
বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব
উত্তৰ লখিমপুৰ কলেজ হ’ব বিশ্ববিদ্যালয়
সন্দিকৈ মহাবিদ্যালয়কো বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ
নগাঁও কলেজো হ’ব বিশ্ববিদ্যালয়
শিলচৰৰ গুৰুচৰণ কলেজো হ’ব বিশ্ববিদ্যালয়
কোকৰাঝাৰ মহাবিদ্যালয় হ’ব বিশ্ববিদ্যালয়
গহপুৰত স্থাপন কৰা হ’ব কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়
৭১৬ খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নীত
১১৯ খন আদৰ্শ বিদ্যালয় স্থাপন হ’ব
শুৱালকুছি, বঙাইগাঁও, বিহালীত অভিযান্ত্রিক কলেজ
নলবাৰী, নগাঁও, ওদালগুৰিত অভিযান্ত্রিক কলেজ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ