• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা

ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা

2 years ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

45 minutes ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

2 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

3 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

4 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

21 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

22 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

22 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

23 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

24 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

1 day ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা

editor by editor
September 5, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিঙ কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি ডিব্ৰুগড়ত এক সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যি সকল লোকে ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিঙ তথা বিত্তিয় লেনদেন কৰিছিল সেই সকলো আৰক্ষীত জালত পৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়- ‘‘ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অধীনৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰক। ৰিজাৰ্ভ বেংকৰ অনুমোদন অবিহনে কোনো লেনদেন কৰিব নোৱাৰে। সমগ্ৰ বিষয়টো তদন্ত কৰি আছে CIDএ। প্ৰয়োজন হ’লে SIT গঠন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰকো বিষয়টো জনোৱা হৈছে।’’

উল্লেখ্য যে প্ৰথমে ডি বি ষ্টকৰ দীপাংকৰ বৰ্মনৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অহাৰ পৰা ৰাজ্যত পোহৰলৈ আহিছে এজনৰ পিছত আনএজন ট্ৰেডিং প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ কু-কাণ্ড।

বিশাল ফুকন, স্বপনীল দাস, ৰঞ্জিত কাকতিকে ধৰি এতিয়ালৈকে প্ৰায় ৪০গৰাকী প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়াও বহুকেইজন পলাতক অৱস্থাত, অভিযান অব্যাহত আৰক্ষীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmcm himanta biswa sarmaguwahatiTradingTrading Thug
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
পুটিনৰ বিশেষ মন্তব্য- কেৱল ভাৰতেহে পাৰিব এই কাম

পুটিনৰ বিশেষ মন্তব্য- কেৱল ভাৰতেহে পাৰিব এই কাম

চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা

চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.