এইবাৰ বিজেপিৰ টিকট ইমান সহজ নহয়। পুৰণি বিজেপিও বঞ্চিত হ’ব টিকটৰ পৰা। কানেকচন, চিনাকি, বংশবাদে নিদিব কাম। নৰেন্দ্ৰ মোদীয়ে দিছে ভয়ংকৰ ইংগিত। টিকটৰ ক্ষেত্ৰত আত্মীয়কো নাচালে মোদীয়ে।