মহানগৰীৰ খুচুৰা ব্যৱসায়ীয়ে নিৰ্ধাৰণ কৰা মূল্যয়ে হৈছে বজাৰৰ আলু-পিঁয়াজৰ মূল্য। কৰ’বাত যদি ৮০, কৰ’বাত ৭০ টকা। য’ত যেনেকৈ সুবিধা তেনেকৈয়ে গ্ৰাহকৰ পৰা ব্যৱসায়ীয়ে সংগ্ৰহ কৰিছে ধন। কিন্তু ইমানৰ পাছতো কুম্ভকুৰ্ণ নিদ্ৰাত যোগান বিভাগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















