• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

2 years ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

6 minutes ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

34 minutes ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

1 hour ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

2 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

3 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

5 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

14 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

14 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

15 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

editor by editor
August 9, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-
0
SHARES
386
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

আজি শুকুৰবাৰ ৯ আগষ্ট তাৰিখে সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত সন্ধিয়া সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ আজিৰ বৈঠকত।

ক্ষুদ্ৰ ব্যৱসায়ক লৈও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। GST জাননী প্ৰেৰণক লৈ শুকুৰবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। ৫ লাখৰ ওপৰৰ টেক্স ভেল্যু হ’লেহে জাননী যাব।

তাৰ বিপৰীতে ৫ লাখৰ তলৰ টেক্স ভেল্যুৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ৰেহাই দিয়া হৈছে। GSTৰ ধাৰা ১৬১ অনুসৰি অসম কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। অকল ইমানেই নহয়, পুৰণি জাননীৰ পৰাও ৰেহাই পাব ক্ষুদ্ৰ ব্যৱসায়ীসকলে।

আনহাতে আজিৰ কেবিনেটে মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য বৃদ্ধিৰো প্ৰস্তাৱো লোৱা হৈছে কেবিনেট বৈঠকত। বৰ্তমানৰ ২২ৰ পৰা ২৭গৰাকীলৈ বৃদ্ধি কৰা হ’ব সদস্যসংখ্যা।

কেবিনেট সিদ্ধান্ত অনুসৰি বিদ্যালয়ত ৰাজ্য চৰকাৰে নিযুক্তি দিব গণিতৰ স্নাতক শিক্ষক। ১৭৭৬গৰাকী শিক্ষকৰ বাবে গণিতৰ স্নাতক শিক্ষকৰ পদ সৃষ্টিত কেবিনেটে জনাইছে অনুমোদন।

পলিটেকনিক, অভিযান্ত্ৰিক কলেজতো ২২১টা পদত দিয়া হ’ব নতুন নিযুক্তি। তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্ত হ’ব ২২১ জন।

আনহাতে, BTRত অন্তৰ্ভুক্ত হ’ব ১৬খন নতুন গাঁও, আৰু ৩ খন গাঁৱত জনসংখ্যা হিচাপ কৰি সিদ্ধান্ত ল’ব সিদ্ধান্ত ল’ব ৰাজ্য় চৰকাৰে। এই গাঁও কেইখনত ৮০ শতাংশই জনজাতিয় লোক।

ইয়াৰ উপৰিও আজিৰ কেবিনেটত এক বিশেষ সিদ্ধান্ত,  অসমৰ বহু ঠাইত স্থানীয় মাধ্যমৰ যেনে অসমীয়া, বড়ো, বঙালী আদি মাধ্যমত বহুতো ভাল ভাল শিক্ষানুষ্ঠান গঢ় সলৈ উঠিছে। যেনে- জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন আদি।

এই বিদ্যালয়ত সমুহত ২৫ শতাংশ আসন চৰকাৰী কৰিব পাৰি নেকি এই বিষয়ে কথা-বতৰা হোৱাৰ বাবে নিৰ্দেশনা দিয়া হৈছে  শিক্ষ বিভাগক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetassam cmAssam Cm SarmaAssam. GuwahaticabinetCabinet Metingcmguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.