• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

2 years ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

41 minutes ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

1 hour ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

2 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

4 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

5 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

6 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

7 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

7 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

8 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

9 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

editor by editor
August 2, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী
0
চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?
0
SHARES
650
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ আগষ্টৰ পৰা বৃদ্ধি পালে চৰকাৰী চিকিৎসালয়ৰ সেৱা মাচুল৷

ক’ত কিমান বৃদ্ধি পালে মাচুল, বিশেষ লিষ্ট মুকলি কৰিলে চৰকাৰী স্বাস্থ্যবিভাগে৷

চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ৰেজিষ্ট্ৰেচনৰ বাবদ ১০টকাৰ ঠাইত ২০টকা দিব লাগিব৷

প্ৰতিখন বিচনাৰ বাবদ ১০টকাৰ ঠাইত দিব লাগিব ২০টকা৷

পেয়িং কেবিন এতিয়া ১০০০ টকাত নাপাব, পেয়িং কেবিনৰ বাবে দিব লাগিব ১২০০টকা৷

থায়ৰয়েড পৰীক্ষাৰ বাবে পূৰ্বৰ ফি আছিল ৬০০টকা আৰু এতিয়া দিব লাগিব ৮০০টকা৷

ভিটামিন ডিৰ বাবে পূৰ্বে দিব লগা হৈছিল ১২০০টকা এতিয়া দিব লাগিব ১৫০০টকা৷

ইউৰিণ, প্ৰটিন পৰীক্ষাৰ বাবে পূৰ্বে আছিল ৭৫টকা, এতিয়া দিব লাগিব ১৫০টকা৷

লিভাৰ পৰীক্ষাতো ৮০ টকাৰ পৰিবৰ্তে দিব লাগিব ১৫০ টকা৷

এলবুমিন পৰীক্ষাৰ বাবে পূৰ্বে আছিল ৫০টকা এতিয়া দিব লাগিব ১০০টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
Next Post
মণিপুৰলৈ উভতিল শান্তি, বৃহৎ পদক্ষেপ ল’লে কুকি-মেইতেইয়ে

মণিপুৰলৈ উভতিল শান্তি, বৃহৎ পদক্ষেপ ল’লে কুকি-মেইতেইয়ে

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.