• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান

 HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান

5 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

11 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

12 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

12 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

13 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

14 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

14 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

15 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

16 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

17 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

18 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

 HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান

editor by editor
July 6, 2021
in অসম, গুৱাহাটী, শিক্ষা
0
 HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। ২০২১ত দ্বিতীয় বৰ্ষত অধ্যয়নৰত শিক্ষাৰ্থীসকলে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক নিৰ্দেশনাযোগে ঘোষণা কৰে এই কথা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ অন্য শিক্ষানুষ্ঠানত নাম পঞ্জীয়ন কৰিব পাৰিব শিক্ষাৰ্থীসকলে।  আগ্ৰহী শিক্ষাৰ্থীয়ে ৩১ জুলাই, ২০২১ৰ ভিতৰত শিক্ষা সংসদে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰি নিৰ্ধাৰিত মাচুলসহ প্ৰ-পত্ৰ জমা দিব লাগিব। এই সন্দৰ্ভত শিক্ষা সংসদৰ ৱেবচাইট www.ahsec.assam.gov.in ত সবিশেষ উল্লেখ কৰিছে শিক্ষা সংসদে। ইয়াৰ উপৰি, cobseৰ অধীনৰ অন্য শিক্ষা ব’ৰ্ডৰ শিক্ষাৰ্থীয়েও নিয়মাৱলী অনুসৰি আৱেদন কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ahsecasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

June 30, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
Next Post
মৃতদেহৰ অংগ ছেদন GMCHত!

মৃতদেহৰ অংগ ছেদন GMCHত!

নাৰায়ণপুৰৰ এগৰাকী সাহসী নাৰী

নাৰায়ণপুৰৰ এগৰাকী সাহসী নাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.