• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰুসজাইত ঝুমইৰ বিশ্বমুখী যাত্ৰা, একেলগে ৮০০০ শিল্পীৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড

সৰুসজাইত ঝুমইৰ বিশ্বমুখী যাত্ৰা, একেলগে ৮০০০ শিল্পীৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড

1 year ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

24 minutes ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

45 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

1 hour ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

5 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

15 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰুসজাইত ঝুমইৰ বিশ্বমুখী যাত্ৰা, একেলগে ৮০০০ শিল্পীৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড

editor by editor
February 24, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সৰুসজাইত ঝুমইৰ বিশ্বমুখী যাত্ৰা, একেলগে ৮০০০ শিল্পীৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰুসজাইত ঝুমইৰ বিশ্বমুখী যাত্ৰা, একেলগে ৮০০০ শিল্পীৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড

সৰুসজাইত ঝুমইৰ বিনন্দিনী । আজি ঝুমুৰে গঢ়িলে বিশ্ব ৰেকৰ্ড। ৮ হাজাৰৰো অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে ঝুমুৰ।

ধমচা বজাই বিশ্ব ৰেকৰ্ডৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সৰুসজাইত নৰেন্দ্ৰ মোদীয়ে ৮০০০শিল্পীক একলেগে জ্ঞাপন কৰে অভিবাদন।

৮০০০শিল্পী আৰু হাজাৰ হাজাৰ দৰ্শকে একেলগে গালে জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত। প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিলে ঝুমুৰ।

অনুষ্ঠানত উপস্থিত থাকে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিৰ দল। ঝুমুৰ উপভোগ কৰে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে। লগতে উপস্থিত থাকে বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিৰো দল।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আহিছে বহিঃৰাষ্ট্ৰৰ দলটো। কাজিৰঙাত নিশা কটাই ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন দলটোৰ। তাৰ পাছত যোৰহাটৰ পৰা চাৰ্টাৰ্ড বিমানযোগে গুৱাহাটীলৈ আহে দলটো।

আজিৰ এই বিশ্ব ৰেকৰ্ডৰ সাক্ষী হৈ ৰ’ল বহু অগনন লোক। ৮০০খন চাহ বাগিচাত দেখুওৱা হ’ল ঝুমুৰৰ দৃশ্যাংশ
বাগানে বাগানে সংস্থাপন কৰা হৈছে LED স্ক্ৰীণ।

ঝুমুৰ দেখি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী । অসমীয়া আৰু বাগানীয়া ভাষাত ভাষণ আৰম্ভ কৰি প্রধানমন্ত্ৰী মোদীয়ে কয়, চাহৰ গোন্ধো আছে, সুন্দৰতাও আছে। এজন চাইৱালাই অনুভৱ কৰিব পাৰে এই কথা।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamJhumoir BinandiniJhumurworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?

পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.