• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

1 year ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

36 minutes ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

1 hour ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

2 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

3 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

4 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

editor by editor
February 24, 2025
in বিবিধ, ভাৰত
0
নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

পশ্চিম বংগৰ পূব বৰ্ধৱান জিলাৰ পৰা পোহৰলৈ আহিছে এক শোকাৱহ তথা লজ্জাজনক ঘটনা। এগৰাকী ২৭ বছৰীয়া যুৱতীয়ে ধৰ্ষণৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালী লয়।

মদ্যপান কৰি হাৰাশাস্তি কৰা যুৱকৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে পলাবলৈ চেষ্টা কৰি থাকোঁতেই মৃত্যু হয় যুৱতীৰ। আজি সোমবাৰে আৰক্ষীয়ে সদৰি কৰে এই তথ্য।

আৰক্ষীয়ে জনোৱা মতে, পেছাত এগৰাকী নৃত্য শিল্পি তথা ইভেণ্ট মেনেজাৰ হিচাপে কাম কৰা যুৱতীয়ে দেওবাৰে নিশা কোনো অনুষ্ঠান কৰি সোমবাৰৰ নিশা প্ৰায় ৩ মান বজাত এটা পেট্ৰল পাম্পত তেল ভৰোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল।

লগত আছিল ড্ৰাইভাৰ। কিন্তু সেই সময়তে পেট্ৰল পাম্পটোত আহে আন এখন বাহন, য’ত ৫ জন মদ্যপান কৰি থকা যুৱত আছিল। যুৱতী দেখি যুৱক কেইজনে অশ্লীল ইংগিত দিবলৈ ধৰে।

লগে লগে ড্ৰাইভাৰে তেল ভৰাই সেই স্থান ত্যাগ কৰে। কিন্তু তাৰ পাছতো যুৱতীৰ বাহনৰ পিছা কৰিবলৈ ধৰে সুৰাৰ ৰাগীত মাতাল যুৱক কেইজনে। ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হোৱাৰ লগে লগে আনখন গাড়ীত থকা যুৱক কেইজনে অশ্লীল মন্তব্য কৰি থকাৰ লগতে অসাৱধানতাৰে গাড়ী চলাবলৈ আৰম্ভ কৰে। যাৰ ফলত যুৱতীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপদজনকভাৱে ৰোড ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে।

যাৰ ফলত বাহনৰ ড্ৰাইভাৰৰ লগত ফ্ৰণ্ট চিটত বহি থকা যুৱতীৰ ঘটনাস্থলীতে মৃত্য হয়। আনহাতে যুৱক কেইজনে ঘটনা দেখি ঘটনাস্থলীতে নিজৰ বাহন এৰি পলায়ন কৰে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱক কেইজন এতিয়াও পলাতক হৈ আছে, অৱশ্যে আৰক্ষীয়ে অভিযুক্তৰ বাহন জব্দ কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত নামি পৰিছে, লগতে ঘটনাস্থলীত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Girl Diedrape casewest bengal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
Next Post
পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?

চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন