• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?

চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?

2 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

5 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

5 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

5 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

6 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

7 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

7 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

8 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

9 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

9 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

10 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

11 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?

চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?

editor by editor
February 25, 2025
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ দেশৰ প্ৰধানমন্ত্ৰী৷ কিন্তু নিজকে চাইৱালা বুলি পৰিচয় দিবলৈ কণমানো কুণ্ঠাবোধ তেওঁ নকৰে৷ চাইৱালাৰ পৰিচয় হেৰুৱাব নোখোজা প্ৰধানমন্ত্ৰীজনৰ মুখত আকৌ এবাৰ শুনা গ’ল চাহৰ কথা৷ সোমবাৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ‘ঝুমইৰ বিনন্দিনি’ অনুষ্ঠানত অংশলৈ প্ৰধানমন্ত্ৰীয়ে আকৌ জনালে চাহ বিক্ৰি কৰাৰ কথা৷

সোমবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান৷ তাৰপৰাই পোনে পোনে ঝুমইৰ বিনন্দিনি অনুষ্ঠানত ভাগ ল’বলৈ সৰুসজাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী৷ দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে আজি অৰ্থাৎ মঙলবাৰে ‘এডভাণ্টেজ অসম ২.০ উদ্বোধন কৰিব৷

ইফালে সোমবাৰে ঝুমইৰ বিনন্দিনি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণে দখল কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম৷ ৯ হাজাৰ নাচনীয়ে প্ৰদৰ্শন কৰা এই লোকনৃত্য দেখি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসী সম্প্ৰদায়ৰ এই লোকনৃত্যক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাক তেওঁ অভিবাদনো জনায়৷ অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া ঐতিহাসিক যাত্ৰাক পৰিষ্ফুত কৰি তুলিবলৈকে এই অনুষ্ঠান আয়োজন কৰিছে অসম চৰকাৰে৷

এই অনুষ্ঠানত ভাগ লৈ মোদীও আৱেগিক হৈ পৰে৷ কাৰণ চাহৰ সৈতে তেওঁৰো আছে খুবেই পুৰণি এক সম্পৰ্ক৷ সেয়ে অনুষ্ঠানত চাহ বিক্ৰি কৰাৰ কথা আকৌ এবাৰ নিজমুখেৰেই কয় প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি অসমত এক নতুন উত্তেজনা দেখা পাইছো৷ আজি যিসকলে অনুষ্ঠান পৰিবেশন কৰিব তেওঁলোকৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চাহ বাগানৰ গোন্ধ সোমাই আছে৷ এজন চাইৱালাৰ বাহিৰে চাহৰ গোন্ধ আৰু স্বাদ কোনেনো ভালকৈ চিনি পাব?’

এই অনুষ্ঠানতেই বিভিন্ন চাহ বাগানৰ কৰ্মীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কি কি প্ৰকল্প আছে সেই কথাও জনায় প্ৰধানমন্ত্ৰীয়ে৷ চাহ বাগানৰ শ্ৰমিক, বিশেষকৈ মহিলাসকলৰ মজুৰি বৃদ্ধিৰ কথাও তেওঁ উল্লেখ কৰে৷ ইয়াৰ পূৰ্বে ২০২৩ চনত বিহু নাচৰ উদ্বোধনী অনুষ্ঠানতো ভাগ লৈছিল প্ৰধানমন্ত্ৰীজনে৷ সেই অনুষ্ঠানত প্ৰায় ১১ হাজাৰ নাচনীয়ে একেলগে বিহু নাচ কৰি গ্ৰীনিজ ৱাৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
Next Post
ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.