• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি বিয়লি অধিনায়কৰ ৰূপত দেখা যাব অসমৰ ৰিয়ানক, ৰাজস্থান দলক দিব নেতৃত্ব

আজি বিয়লি অধিনায়কৰ ৰূপত দেখা যাব অসমৰ ৰিয়ানক, ৰাজস্থান দলক দিব নেতৃত্ব

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

7 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

8 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

9 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

9 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

9 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

10 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

11 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

11 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

12 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

13 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি বিয়লি অধিনায়কৰ ৰূপত দেখা যাব অসমৰ ৰিয়ানক, ৰাজস্থান দলক দিব নেতৃত্ব

editor by editor
March 23, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি বিয়লি অধিনায়কৰ ৰূপত দেখা যাব অসমৰ ৰিয়ানক, ৰাজস্থান দলক দিব নেতৃত্ব
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বিয়লি অধিনায়কৰ ৰূপত দেখা যাব অসমৰ ৰিয়ানক, ৰাজস্থান দলক দিব নেতৃত্ব

আজি ২৩ মাৰ্চ তাৰিখে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিব ৪ টাকৈ দলে। আই পি এলৰ সবাতোকৈ সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংগছ লগতে ছানৰাইজাৰ্চ হাইদৰাবাদ ৰাজস্থান ৰয়েলছে।

দুয়োখন হাইপ্ৰফাইল মেচক লৈ অনুৰাগীৰ গভীৰ উৎকণ্ঠা। বিয়লি ৩.৩০ বজাত খেলপথাৰত নামিব ছানৰাইজাৰ্চ হাইদৰাবাদ আৰু ৰাজস্থান ৰয়েলছ। তাৰ পাছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব CSK বনাম MIৰ হাইভল্টেজ মেচ।

কেউটা দলৰে খেল চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে সকলো অনুৰাগীয়ে। পাছে এইক্ষেত্ৰত অসম কিছু পৃথক। কাৰণ প্ৰথমবাৰৰ বাবে কোনো অনসমীয়াই আই পি এল দলক দিব নেতৃত্ব। অসমৰ ৰিয়ান পৰাগৰ নেতৃত্বৰ খেলপথাৰত নামিব ৰাজস্থান দল।

আনহাতে হাইদৰাবাদ দলক নেতৃত্ব দিব সুদক্ষ পেট কামিন্সে। ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচখন। ৰিয়ানৰ ওপৰত আশাবাদী সকলো।

প্ৰথমবাৰৰ বাবে ৰিয়ানৰ নেতৃত্বৰ নামিব লগা ৰাজস্থান দল সফল হবনে তাকে লৈ অসম বাসী বাট চাই ৰৈছে ৩.৩০ বজালৈ। ৩ বজাত হব খেল খনৰ টছ।

উল্লেখ্য যে, ৰাজস্থান দলৰ অধিয়ানক হিচাপে নিযুক্তি পাইছিল সঞ্জু ছেমচনে। কিন্তু আধাতৰ বাবে এতিয়া দলৰ পৰা আঁতৰি আছে সঞ্জু। সেয়ে সঞ্জুৰ অনুপস্থিতিত অধিনায়কত্ব চম্ভালিব ৰিয়ান পৰাগে। তাতে আৰু আজিৰ আন এক মুখ্য আকৰ্ষণ হব পাৰে ৰাজস্থান দলত থকা সৰ্বকালৰ কনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIPL 2025IPL CricketRajasthan Royals. Riyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক

আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক

গুৰু বৃহস্পতিৰ উদয়ে ৩ ৰাশিৰ বাবে অশুভ হিচাপে দেখা দিব, ভাঙিব সম্পৰ্ক

গুৰু বৃহস্পতিৰ উদয়ে ৩ ৰাশিৰ বাবে অশুভ হিচাপে দেখা দিব, ভাঙিব সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.