অসম লাইভ২৪ঃ
অসমবাসী সাজু হওক টোল গেটৰ বাবে।
এখন দুখন নহয়, ৰাজ্যত শীঘ্ৰেই মুকলি হ’ব ২৭খন টোল গেট।
বিধানসভাত এই তথ্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
বৰ্তমান ৰাজ্যত ৯খন টোল গেট কাৰ্যকৰী হৈ আছে।
শীঘ্ৰেই ৪খন টোল গেট নিৰ্মাণ কৰা হ’ব।
৫খন টোলগেটৰ কাম সম্পূৰ্ণ হৈ আছে।
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰশ্নত পোহৰলৈ আহে এই তথ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ