• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক সংকীৰ্ণতাৰ বলি এজন যুৱক! পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই পিতৃৰ শৱদেহ কান্ধত ল’ব নোৱাৰিলে সন্তানে

সামাজিক সংকীৰ্ণতাৰ বলি এজন যুৱক! পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই পিতৃৰ শৱদেহ কান্ধত ল’ব নোৱাৰিলে সন্তানে

4 years ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

25 minutes ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

39 minutes ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

51 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

56 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

1 hour ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

2 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

3 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

3 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

5 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

6 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সামাজিক সংকীৰ্ণতাৰ বলি এজন যুৱক! পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই পিতৃৰ শৱদেহ কান্ধত ল’ব নোৱাৰিলে সন্তানে

editor by editor
January 27, 2023
in অসম
0
সামাজিক সংকীৰ্ণতাৰ বলি এজন যুৱক! পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই পিতৃৰ শৱদেহ কান্ধত ল’ব নোৱাৰিলে সন্তানে
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ওদালগুৰিৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ আজৱ কাণ্ড। ব্ৰাহ্মণ সম্প্ৰদায়ৰ এজন যুৱকে এগৰাকী অসৱৰ্ণ যুৱতীক বিয়া কৰোৱাৰ অপৰাধতে মৃত পিতৃৰ শৱ দেহ কান্ধত ল’ব নিদিলে পৰিয়ালৰ লোকে। তাৰ বিপৰীতে ঘৰৰ পৰা উলিয়াই দিলে পতি পত্নীক। ঘটনাটো ওদালগুৰিৰ কলাইগাঁৱত।

প্ৰাপ্ত তথ্য অনুসৰি তিনিবছৰ পূৰ্বে প্ৰাণজিৎ শাণ্ডিল্য নামৰ যুৱকজনে এগৰাকী বৈশ্য সম্প্ৰদায়ৰ যুৱতীৰ সৈতে প্ৰেমবিবাহ কৰোৱাই। যুৱকজনৰ এই কাণ্ডত পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকল খৰ্গহস্ত হৈ পৰে আৰু লগে লগে ঘৰৰ পৰা উলিয়াই দিয়ে। যুৱকজনে অৱশেষত ঘৰৰ পৰা ওলাই যায় আৰু এটা ভাড়াঘৰত থাকিবলৈ লয়। পৰিয়ালৰ লোকেও প্ৰাণজিতৰ লগত সকলো সম্পৰ্ক ছেদ কৰে।

কিন্তু হঠাতে বিগত ২৪ জানুৱাৰীত কলাইগাঁও অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা প্ৰাণজিতৰ পিতৃ বিমল প্ৰসাদ শৰ্মাই মৃত্যুক আকোঁৱালি লয়। পিতৃৰ বিয়োগৰ বাতৰি পায় প্ৰাণজিৎ পিতৃ গৃহত উপস্থিত হয়। কিন্তু আচৰিত ধৰণে দেউতাকৰ মৃতদেহ প্ৰাণজিতক কান্ধত ল’ব নিদিলে পৰিয়ালৰ লোকে। বহু আশাৰে পিতৃক শেষ শ্ৰদ্ধা জনাবলৈ আহিছিল যদিও সেই আশা পূৰণ নহ’ল প্ৰাণজিতৰ।

তাৰ বিপৰীতে পৰিয়ালৰ লোকে বহু অপমান কৰি, সম্পৰ্ক নাই বুলি ঘৰৰ পৰা উলিয়াই দিয়ে। অৱশেষত উপাইহীন হৈ পৰে প্ৰাণজিৎ। ঘৰখনৰ একমাত্ৰ সন্তান প্ৰাণজিতে এগৰাকী অনা ব্ৰাহ্মণ বা অসবৰ্ণ যুৱতীক বিয়া কৰোৱাৰ অপৰাধতে উলিয়াই দিলে। এইদৰে অপমানিত হৈ অৱশেষত কলাইগাঁও আৰক্ষীৰ কাষ চাপিছে প্ৰাণজিৎ। প্ৰাণজিতৰ দুই খুৰাক ক্ৰমে মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, ব্যৱসায়ী উৎপল শৰ্মা আৰু ভনী জোঁৱায়েক প্ৰণৱ জ্যোতি গোস্বামী আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

September 11, 2026
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
অসম

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

September 11, 2026
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন
অসম

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

September 11, 2026
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?
অসম

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

September 11, 2026
Next Post
আকৌ বৃহৎ নিযুক্তি! ১২০৮ টা পদৰ নিযুক্তিপত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ…

আকৌ বৃহৎ নিযুক্তি! ১২০৮ টা পদৰ নিযুক্তিপত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ...

মাজ আকাশতে সংঘৰ্ষ দুখনকৈ যুঁজাৰু বিমানৰ… হাস্পতালত ভৰ্তি দুই পাইলট

মাজ আকাশতে সংঘৰ্ষ দুখনকৈ যুঁজাৰু বিমানৰ... হাস্পতালত ভৰ্তি দুই পাইলট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.