• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

2 months ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

42 minutes ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

1 hour ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

3 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

4 hours ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

5 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

5 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

6 hours ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

7 hours ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

8 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

9 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

editor by editor
May 31, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিশুৰ নামত নতুন নতুন ধাৰা দেখা গৈছে। যদি আপুনিও আপোনাৰ কণমানিটোৰ বাবে এটা সুন্দৰ আৰু ট্ৰেণ্ডি নাম বিচাৰিছে তেন্তে এই লেখাটো আপোনাৰ বাবে। কিছুমান নাম পুৰণি আৰু পৰম্পৰাগত, আনহাতে কিছুমান নতুন আৰু আধুনিক। সন্তানৰ নাম থওঁতে পিতৃ-মাতৃ বা পৰিয়ালৰ লোকে বহু কথা মনত ৰাখে। আজিৰ প্ৰজন্মৰ অভিভাৱকসকলে অৰ্থপূৰ্ণ আৰু সহজ নাম পছন্দ কৰে। গতিকে ভাৰতীয় মহাকাব্যত উল্লেখ থকা নামবোৰো তেওঁলোকে মনত ৰখা উচিত।

আজি নৱজাতকৰ কিছু নাম আৰু তাৰ অৰ্থৰ বিষয়ে জানো আহক-

  1. কবিকংকন (Kabi kankan) – কবি – পাণ্ডিত্যৰ উপাধি বিশেষ
  2. উপাসনা-পূজা
  3. কবীন্দ্ৰ (Kabindra) – কবিশ্ৰেষ্ঠ
  4. কাবেৰী (Kaberi) – এখন নদী
  5. কাকু (Kaku) – চৰাই
  6. খ্যাতি (Khyati) – যশস্যা
  7. কুসুম (Kusum) – ফুল
  8. কমল (Kamal) – পদ্ম
  9. কল্যাণ (Kalyan) – কুশল
  10. কৌটিল্য (Kautilya) – সম্ৰাট চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী , চণক্য বা বিষ্ণুগুপ্ত বুলিও খ্যাত
  11. নয়ন (Nayan) -চকু
  12. গৌৰৱ (Gaurab) – সন্মান
  13. জগদ্দীপ (Jagaddeep) – পৰমেশ্বৰ
  14. জিকি (Jiki) – চিক্-মিক্
  15. জ্ঞান (Gyan) – বিদ্যাঅভীৰ (Abhir) – গৰখীয়া
  16. অৰিজিৎ (Abhijit) – শত্ৰুক যি দমন কৰা
  17. আকাশ (Akash) – গগন
  18. আদিত্য (Aditya) – সূৰ্য
  19. আদি (Adi) – প্ৰথম
  20. অঙ্কিত (Ankit) – চিহ্নিত
  21. অংকুৰ( Ankur)- গজলি ওলোৱা
  22. অজয় (Ajay) – যাক জিকিব নোৱাৰি
  23. অঞ্জু (Anju) – সৌন্দৰ্য
  24. অভিৰথ (Abhirath) – শোভাযুক্ত
  25. আৰ্চী (Arci) – দাপোণ
  26. ইভন (Ivon) – গণেশৰ আন এটা নাম
  27. ঈশান্ (Ishan) – মহাদেৱ
  28. উমা (Uma) – দুৰ্গা
  29. ঋতু (Ritu) – গুণ অনুসৰি কৰা কালৰ ভাগ
  30. ঋষি (Risi) – মুনি
  31. একলব্য় (Eklavya) – নিষাদৰাজ হিৰণ্য়ধনুৰ পুত্ৰ
  32. এণী (Eni) – হৰিণা পহু
  33. ঐষৰ্য (Aishwarya)- ইশ্বৰৰ গুণ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?
বিনোদন

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

August 3, 2026
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা
ৰাজনীতি

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

August 3, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

August 3, 2026
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন
জীৱনশৈলী

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

August 3, 2026
Next Post
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.