• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

2 months ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

20 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

1 hour ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

1 hour ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

3 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

3 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

4 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

5 hours ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

6 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

6 hours ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

7 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

8 hours ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

প্ৰথম সপ্তাহত 'চুপা চুপি'ৰ Box office collection কিমান?

editor by editor
June 20, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৌদিশে অসমীয়া ছবিৰ জয়গান। ১২ জুনত মুক্তি লাভ কৰিছিল নতুন অসমীয়া ছবি ‘চুপা চুপি’য়ে। মুক্তিৰ পিছতে অসমৰ প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শক। ছবিখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি অভিনয়লৈ সকলো বস্তুৱে দৰ্শকক আকৃষ্ট কৰিছে ।

এতিয়া ডেকাৰ পৰা বৃদ্ধলৈ সকলোৰে মুখত কেৱল ‘চুপা চুপি’ৰ প্ৰসংগ। ৱেব ছিৰিজখনৰ প্ৰতিটো চৰিত্ৰই যিদৰে দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিছে, ঠিক একেদৰে ছবিখনেও সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে।

প্ৰথম সপ্তাহত ‘চুপা চুপি’য়ে উপাৰ্জন কৰিছে ৩.২৫ কোটি টকা। সামাজিক মাধ্যমত এই তথ্য শ্বেয়াৰ কৰিছে নিৰ্মাতাগোষ্ঠীয়ে।

উল্লেখ্য যে, এই ছবিখনত ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথে। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে পল্লৱ লোচন, স্নিগ্ধা গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাগিনী কৌশিক, কৌশিক ভাৰদ্বাজ, কিশোৰ তহবিলদাৰ, বৈভৱী, জিত কলিতা, সপ্তৰ্ষী গগৈ, বেদব্ৰত বৰা, জিণ্টু কুমাৰ কাশ্যপ আদিয়ে। পলাশ সূৰ্য গগৈৰ সংগীত পৰিচালনাত ছবিখনৰ গানকেইটাত কণ্ঠদান কৰিছে দীক্ষু, ৰূপম ভূঞা, নীল আকাশ, দীপান্বিতা ডেকা, আচুৰ্য বৰপাত্ৰগোহাঁই, বিশ্ৰুত শইকীয়া, সুদীপ ৰঞ্জন আদিয়ে। ‘চুপা চুপি’ৰ দৃ্শ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে আৰু সম্পাদনা কৰিছে উদীপ্ত কুমাৰ ভট্টাচাৰ্যই। এতিয়া ‘চুপা চুপি’য়ে বহুতো ডাঙৰ ডাঙৰ ছবিৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে।

এই লেখাটো যুগুতাইছে বৰষা মিশ্ৰই

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

August 22, 2026
Next Post
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.