astcৰ মাটিত পেট্ৰ’ল পাম্পৰ সিদ্ধান্তৰ আঁৰত কোন? ২০২৩ চনত হ’বলগীয়া পদোন্নতিৰ সিদ্ধান্ত ২০২১তে! astc কৰ্মচাৰী অংগনা বৰুৱাৰে কি সম্পৰ্ক আনন্দ প্ৰকাশ তিৱাৰীৰ?