• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

2 years ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

4 minutes ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

8 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

9 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

9 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

10 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

11 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

11 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

13 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

13 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

14 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

14 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

editor by editor
May 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত সপ্তাহৰ বিভিন্ন দিনক বিভিন্ন দেৱতাৰ উদ্দেশ্যে নিবেদন কৰা হৈছে৷ এই হিচাপে শনিবাৰ হৈছে শনি দেৱতাৰ দিন৷ এই দিনটোত  শনি দেৱতাৰ প্ৰিয় কেইটামান কাম কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷ শনি খুব কম সময়তে প্ৰসন্ন হয়৷ কাৰণ কৰ্মফলৰ দেৱতা শনি ৰুষ্ট হ’লে জীৱন ছাৰখাৰ হৈ পৰে৷ যাৰ জীৱনত শনিৰ অশুভ নজৰ পৰে তেওঁৰ জীৱনলৈ বিপদ অহাটো খাটাং৷ জ্যোতিষবিদে জনোৱা অনুসৰি প্ৰতি শনিবাৰে এই ফুল দি শনিৰ পুজা কৰিলে শনি দেৱতা সন্তুষ্ট হয়৷

শনিৰ প্ৰিয় ফুল কি কি?

জ্যোতিষ অনুসৰি শনিৰ প্ৰিয় ফুল হৈছে কৰবী আৰু অপৰাজিতা৷ কৰবী ফুল কেনেকৈ আগবঢ়ালে শনি প্ৰসন্ন হয় সেই কথাও জানি থোৱাটো খুবেই প্ৰয়োজন৷ শনিবাৰে পুৱাই তামৰ পাত্ৰত পানী ভৰাই ল’ব৷ তাৰ মাজত এপাহ ৰঙা ৰঙৰ কৰবী ফুল দিব৷ তাৰপাছতেই সেই পানী সূৰ্য দেৱতাক অৰ্পন কৰিব৷ সূৰ্য আৰু শনি পৰস্পৰৰ শত্ৰু কিন্তু এই কাম কৰিলে শনি প্ৰসন্ন হয়৷ আৰু শনিৰ আশীৰ্বাদ লাভ সম্ভৱ হৈ উঠে৷ যদি দীৰ্ঘদিন ধৰি অসুখ বিসুখত ভোগে তেন্তে কৰবী ফুলত সৰিয়হৰ তেল মিহলাই শনি দেৱতাক অৰ্পণ কৰক৷ ইয়াৰ ফলত আপোনাৰ শাৰীৰিক সমস্যা কমি যায়৷ কৰবী ফুলৰ মালা গাঁথি শনিবাৰে বজৰংবলীৰ ডিঙিত পৰিধান কৰাওক৷

শনিবাৰে আৰম্ভ কৰি ৪০ দিন ধৰি এই কাম কৰি থাকিব লাগিব৷ ইয়াৰ ফলত শনিৰ অশুভ দশাৰ ক্ষতিকৰ প্ৰভাৱ আপোনাৰ ওপৰৰ পৰা কমি যাব৷ প্ৰতি শনিবাৰে ১০৮টা কৰবী ফুল কালীকো নিবেদন কৰক৷ আপুনি মা কালীৰ ওপৰিও তেতিয়া শনিৰ আশীৰ্বাদ লাভ কৰিব৷ শনিবাৰে কৰবী ফুল দি মালা গাঁথি তাত শনিৰ স্ত্ৰীৰ নাম লিখক৷ এই মালা দি শনিৰ পূজা কৰক৷ ইয়াৰ ফলত দাম্পত্য জীৱনৰ যাৱতীয় সমস্যা আঁতৰি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
Next Post
কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.