• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো

১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো

2 years ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

28 minutes ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

2 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

12 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

12 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

13 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

13 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

14 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

14 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

16 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো

১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো

editor by editor
December 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছায়া গ্ৰহ ৰাহুৱে ২০২৫ চনত ১৮ বছৰৰ পাছত ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষৰ হিচাপ অনুসৰি ৰাহুৱে ১৮ মে ২০২৫ত শনিৰ ৰাশি কুম্ভত প্ৰৱেশ কৰিব৷ এই ৰাশিত ৰাহুৰ উপস্থিতি বছৰৰ শেষ পৰ্যন্ত থাকিব৷ জ্যোতিষ শাস্ত্ৰত ৰাহু কেতুক উলোটা গতিত যাত্ৰা কৰা গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ ২০২৫ চনত ৰাহুৰ শনিৰ ৰাশিত প্ৰৱেশ কৰাটো কিছু ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷ ৰাহুৰ এই গোচৰৰ কাৰণে কেৰিয়াৰত উন্নতি হ’ব আৰু ব্যৱসায়িক অৱস্থাৰো উন্নতি হ’ব৷ ২০২৫ চনত ৰাহুৰ গোচৰ কোন কোন ৰাশিৰ বাবে শুভ হ’ব?

বৃষ ৰাশি

২০২৫ চনত ৰাহুৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷ এই গোচৰৰ ফলত বৃষ ৰাশিৰ জাতকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ নতুন বছৰত ব্যৱসায় কৰাৰ পৰিকল্পনাত সফল হ’ব৷ ধাৰ দিয়া টকা উভতাই পাব পাৰে৷ ধৰ্মীয় কামত আগ্ৰহ বৃদ্ধি পাব৷ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগীতামূলক পৰীক্ষাত সফল হ’ব৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ থাকিব৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব৷ স্বাস্থ্য সম্পৰ্কেও এই গোচৰে শুভ ফল দিব৷

কন্যা ৰাশি

ৰাহুৰ গোচৰ কন্যা ৰাশিৰ বাবে শুভ আৰু ইতিবাচক হ’ব৷ মানসিক শান্তি বৰ্তি থাকিব৷ ২০২৫ চনত আৰ্থিক অৱস্থাৰ উল্লেখযোগ্য উন্নতি দেখা যাব৷ ৰাহুৰ প্ৰভাৱত ডাঙৰ কোনো লক্ষ্য অৰ্জন সম্ভৱ হ’ব৷ ব্যৱসায়িক আয় বাঢ়িব আৰু অৰ্থ উপাৰ্জনৰ বহু পথ খুলি যাব৷ বিনিয়োগত ভাল লাভ হ’ব পাৰে৷ বিবাহিত জীৱনত সুখ বৰ্তি থাকিব৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷

ধনু ৰাশি

ৰাহুৰ গোচৰ ধনু ৰাশিৰ জাতকৰ বাবে শুভ আৰু লাভজনক হ’ব৷ নতুন বছৰত সহজেই নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব৷ চাকৰিয়ালৰ পদোন্নতি হ’ব পাৰে৷ অৰ্থ উপাৰ্জনৰ সুযোগ আহিব৷ ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰত বৃহৎ সাফল্য আহিব পাৰে৷ ব্যৱসায়ত গুণগত আৰ্থিক উন্নতি হ’ব৷ পাৰিবাৰিক জীৱনত সুখ থাকিব৷ ৰাজনীতিৰ সৈতে যুক্তসকলে খ্যাতি অৰ্জন কৰিব৷ বেংক বেলেন্স বাঢ়িব৷

কুম্ভ ৰাশি

১৮ বছৰৰ পাছত ৰাহুৱে এই ৰাশিত প্ৰৱেশ কৰিছে৷ ৰাহুৰ এই গোচৰ কুম্ভ ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হ’ব৷ নতুন বছৰত আয়ৰ একাধিক উৎস তৈয়াৰ হ’ব৷ ব্যৱসায়িক ক্ষেত্ৰত নতুন বছৰত উল্লেখযোগ্য আৰ্থিক লাভ হ’ব৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা ছাত্ৰসকলৰ বাবে ২০২৫ শুভ হ’ব৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব৷ কেৰিয়াৰত উন্নতি হ’ব৷ বিবাহিত জীৱনত শান্তি আৰু আনন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 17, 2026
Next Post
বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.