• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

5 months ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

11 minutes ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

36 minutes ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

1 hour ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

4 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

4 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

19 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

editor by editor
April 24, 2026
in জীৱনশৈলী
0
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ মে’ মঙলবাৰে দুপৰীয়া ২:৩৭ বজাত বুধগ্ৰহ চন্দ্ৰৰ নক্ষত্ৰ ‘ৰোহিনী’ত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত বুধক বুদ্ধি আৰু বাণিজ্যৰ কাৰক বুলি কোৱা হয়। ২৫ মে’লৈকে বুধ গ্ৰহ ৰোহিনী নক্ষত্ৰত থাকিব৷ এই হ্ৰস্বম্যাদী অৱস্থানে ৪ ৰাশিৰ লোকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। মূলতঃ ব্যৱসায়, সম্পদ বৃদ্ধি আৰু মানসিক শান্তিৰ ক্ষেত্ৰত এক বৃহৎ সঁকাহ দিব এইকেইটা ৰাশিক৷ জানি থওক কাৰ কাৰ কপাল খুলিব?

মিথুন ৰাশি

মিথুন ৰাশিৰ স্থানীয় লোকৰ বাবে সোণালী সুযোগ। দীৰ্ঘদিন ধৰি ৰৈ থকা কামে  গতি লাভ কৰিব। কেৱল সেয়াই নহয়, উপাৰ্জনৰ নতুন পথ মুকলি হ’ব আৰু সঞ্চয়ও একেলগে বৃদ্ধি পাব। আইনী যুদ্ধত লিপ্ত হোৱাসকলে জয়ী হোৱাৰ সম্ভাৱনা আছে। বুধৰ কৃপাত আপোনাৰ বুদ্ধি চোকা হ’ব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ বাবেও ভাল সময় আৰম্ভ হব৷ যিসকলে চাকৰি পৰিৱৰ্তন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এটা ডাঙৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িলেও ই আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ’ব। ঘৰুৱা অশান্তিৰ সমাধান হ’ব আৰু পৰিয়াললৈ অটল শান্তি ঘূৰি আহিব।

সিংহ ৰাশি

বুধ ৰাশিৰ এই ট্ৰেনজিটে সিংহ ৰাশিৰ বাবে ইতিবাচক পৰিৱৰ্তনৰ সংকেত দিছে। আয়ৰ একাধিক উৎসৰ সৃষ্টি হ’ব, কিন্তু খৰচ কৰ্তন কৰিব লাগিব। স্থগিত হৈ থকা যিকোনো পুৰণি পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এয়াই উত্তম সময়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ, বহিঃৰাজ্যৰ  প্ৰখ্যাত শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ লাভ কৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ লোকৰ বাবে এই সময় চন্দ্ৰ হাতৰ মুঠিত পোৱাৰ দৰেই। যোগাযোগৰ দক্ষতা বা কথনশৈলী হ’ব আপোনাৰ সফলতাৰ জখলা। কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি সম্পূৰ্ণ স্বীকৃতি পাব, আনকি পদোন্নতিৰ সম্ভাৱনাও আছে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত থাকিব। পৰিয়ালত সুখ আৰু সমৃদ্ধি থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
Next Post
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.