• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয় হিন্দ, জয় ভাৰত… মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?

জয় হিন্দ, জয় ভাৰত… মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?

12 months ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

28 minutes ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

2 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

16 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

17 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

17 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

18 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

21 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

22 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জয় হিন্দ, জয় ভাৰত… মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?

জয় হিন্দ, জয় ভাৰত... মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?

editor by editor
June 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জয় হিন্দ, জয় ভাৰত… মহাকাশ ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবাসীক কি কি কৈ গৈছে শুভাংশু শুক্লাই?
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন এক নতুন ইতিহাস গঢ়িলে ভাৰতে৷ ৰাকেশ শৰ্মাৰ পাছত দ্বিতীয় ভাৰতীয় হিচাপে শুভাংশু শুক্লা মহাকাশলৈ ৰাওনা হৈছে৷ ভাৰতীয় সময় অনুসৰি ১২ বাজি ১ মিনিটত ফ্লৰিডা স্পেছ চেণ্টাৰৰ পৰা সফল উৎক্ষেপণ কৰা হৈছে ড্ৰেগন মহাকাশযানৰ৷ ১৯৮৪ চনত লাইভ টেলিকাষ্ট চোৱাৰ সুযোগ নাছিল সেয়ে ২০২৫ত সেই বিশেষ মাহেন্দ্ৰক্ষণৰ সাক্ষী হৈ থাকিল সমগ্ৰ দেশ৷

শুভাংশুৰ এই মিছনৰ নাম দিয়া হৈছে এক্সিয়াম-৪৷ মিছনৰ পাইলটৰ দায়িত্ব চম্ভালি লৈছে ভাৰতৰ উইং কমাণ্ডাৰ শুভাংশুৱে৷ এই মিছনত যুঁটিয়াভাৱে আছে কমাণ্ডাৰ পেগি হুইটচন৷ ইয়াৰোপৰি পোলেণ্ডৰ উজানানস্কি উইশনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপু মিছনৰ স্পেছিয়েলিষ্ট হিচাপে আছে৷ ১০ৰ পৰা ১৪ দিন তেওঁলোক মহাকাশত থাকিব৷ মুঠ ৬০ টা বিষয়ৰ ওপৰত তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাব৷

দেশবাসীক কি কৈছে শুভাংশুৱে?

সফল উৎক্ষেপণৰ পাছতেই ড্ৰেগন মহাকাশযানৰ ভিতৰত বহি দেশবাসীৰ উদ্দেশ্যি শুভাংশুৱে দিছে বিশেষ বাৰ্তা৷ তেওঁ কয়, ‘নমস্কাৰ, মোৰ প্ৰিয় দেশবাসী৷ অসাধাৰণ এক যাত্ৰাৰ মই অংশীদাৰ হৈছো৷ ৪১ বছৰৰ পিছত আমি আকৌ মহাকাশলৈ গৈছো৷ আমি প্ৰতি চেকেণ্ডত ৭.৫ কিঃমিঃ বেগত পৃথিৱীৰ কক্ষপথ এৰি বাহিৰলৈ আহিছো৷ মোৰ কান্ধত ত্ৰিৰংগা পতাকা আছে৷ সেই পতাকাই মোক কৈছে মোৰ সৈতে আপোনালোক আছে৷ মোৰ এই যাত্ৰা কেৱল আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ যাত্ৰা নহয় বৰং ভাৰতৰ মহাকাশত গৱেষণাৰ নতুন অধ্যায়৷ মই বিচাৰো আপোনালোক সকলোৱেই এই যাত্ৰাৰ অংশীদাৰ হওক৷ আপোনালোকৰো বুকু গৰ্বত ফুলি উঠক৷ আহক ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচী আৰম্ভ কৰো৷ জয় হিন্দ, জয় ভাৰত৷’

উল্লেখ কৰা প্ৰয়োজন যে ১৯৮৪ চনত ইছৰো আৰু ৰাছিয়াৰ মহাকাশ গৱেষণাৰ অংশ হিচাপে মহাকাশ যাত্ৰা কৰিছিল ৰাকেশ শৰ্মাই৷ তেওঁ প্ৰথম ভাৰতীয় মহাকাশচাৰী যিয়ে সফল মহাকাশ যাত্ৰা কৰিছি৷ দ্বিতীয় ভাৰতীয় হিচাপে ৪১ বছৰৰ পাছত শুভাংশু শুক্লাই মহাকাশলৈ যাত্ৰা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
Next Post
৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ

৩০ জুনৰ পৰা ৩ ৰাশিৰ সু-সময় আহিব, আকস্মিকভাৱে অৰ্থলাভৰ যোগ আছে আপোনাৰ

সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.