• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…

পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…

3 years ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

14 minutes ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

42 minutes ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

2 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

3 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

5 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

23 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…

editor by editor
July 25, 2023
in বিবিধ, ভাৰত
0
পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ষ্টিয়াৰিং হাতত ধৰা দেখিয়েই কৈছে পাক্কা ড্ৰাইভাৰ তেওঁ। ভাইৰেল এটা ভিডিঅ’ত পোহৰলৈ আহিছে এই তথ্য। সম্প্ৰতি সামাজিক মাধ্যমত খুবেই ভাইৰেল বাবা ৰামদেৱে গাড়ী চলোৱাৰ এটা ভিডিঅ’। গাড়ীও এলাপেছা নহয়। ১.৫ কোটি টকীয়া Land Rover Defender 130 চলাইছে বাবা ৰামদেৱে। এই গাড়ী বিশ্বৰ শক্তিশালী বিলাসবহুল গাড়ী হিচাপে পৰিচিত। কেৱল ভাৰততেই নহয় বিশ্বৰ বহু দেশত এই গাড়ী কিনিবৰ বাবে গ্ৰাহক আগ্ৰহী হৈ থাকে। অৱশেষত সেই আকাংশিত গাড়ীখন ক্ৰয় কৰিলে বাবা ৰামদেৱেও।

ৰামদেৱৰ প্ৰকৃত নাম ৰামকৃষ্ণ যাদৱ। ভক্তসকলৰ ওচৰত তেওঁ বাবা ৰামদেৱ নামেৰেই পৰিচিত। কেৱল ভাৰততেই নহয় বিশ্বৰ বহু দেশত তেওঁৰ খ্যাতি বিৰাজমান। ভক্তসকলে তেওঁক গুৰু হিচাপেই মানে। যোগাসন আৰু আয়ুৰ্বেদ শিক্ষাত তেওঁ বিদগ্ধ। কিন্তু অন্যান্য তাৰকাসকলৰ দৰে বৰ ৰঙচঙীয়া জীৱন কটাব নোখোজে। সাধাৰণ গেৰুৱা বস্ত্ৰ পৰিধান কৰি থকা ৰামদেৱক হঠাতেই Land Rover Defender 130 ত দেখি আচৰিতো হৈছে বহুজন।

বাবা ৰামদেৱে ক্ৰয় কৰা এই বাহনৰ দাম প্ৰায় ১.৫কোটি। এই বাহন তেওঁ নিজে চলাই থকাও দেখা গৈছে ভাইৰেল ভিডিঅ’ত। ইয়াৰ পূৰ্বে Mahindra XUV700 বাহনখন চলোৱা দেখা গৈছিল ৰামদেৱক। এই বাহনৰ পাছতেই এতিয়া ৰামদেৱে ক্ৰয় কৰিছে কোটি টকীয়া বাহন। বৰ্তমানলৈ ৰামদেৱে চলোৱা বাহনখনত দেখা নাই কোনো নাম্বাৰ প্লেট।

বাবা ৰামদেৱে চলোৱা বাহনখন ২০২৩ চনতে ভাৰতত মুকলি হৈছে। গাড়ীখনৰ ষ্টাৰ্টিং প্ৰাইজ ১.৩ কোটি। ভেৰিয়েণ্ট অনুসৰি ইয়াৰ দাম বাঢ়ে। এই বিশেষ SUVত আছে চিংগল LED হেডলেম্প, পেনোৰমিক ছানৰুফ, ২০ ইঞ্চিৰ এলয় হুইল, ৪জোন অটমেটিক ক্লাইমেট কণ্ট্ৰল, ৩৬০ ডিগ্ৰী কেমেৰা আৰু ১১.৪ ইঞ্চিৰ টাছস্ক্ৰিণ ইনফোটেনমেণ্ট চিষ্টেম আছে এই বাহনত।

ইঞ্জিনৰ কথা যদি কোৱা হয় তেন্তে ইয়াত আছে ৩লিটাৰ পেট্ৰল ইঞ্জিন, ইয়াৰ হৰ্ছপাৱাৰ হৈছে ৫৫০ নিউটন মিটাৰ পৰ্যন্ত টৰ্ক তৈয়াৰ কৰিব পাৰে। আৰু আছে এটা ইঞ্জিন সেয়া ৩ লিটাৰ ডিজেল ইঞ্জিন। ইয়াৰ হৰ্ছপাৱাৰ তুলনামূলকভাৱে কম। উভয় ইঞ্জিনৰ আছে মাইল্ড হাইব্ৰীড প্ৰযুক্তি আৰু ফোৰ হুইল ড্ৰাইভ চিষ্টেম। ট্ৰান্সমিছনৰ ক্ষেত্ৰত মজুত আছে ৪স্পিড অটোমেটিক গিয়েৰ। অৱশ্যে এই বাহন ৰামদেৱে নিজেই ক্ৰয় কৰিছেনে সেই সম্পৰ্কে বৰ্তমানো স্পষ্ট তথ্য লাভ কৰিব পৰা নাই। ইয়াৰ পূৰ্বেও Jaguar XJ Lৰ দৰে বিলাসবহুল বাহনত দেখা গৈছিল বাবা ৰামদেৱক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.