• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

3 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

2 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

2 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

3 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

3 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

3 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

4 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

6 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

7 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

8 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

editor by editor
July 25, 2023
in উত্তৰ-পূব, ৰাজনীতি
0
যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন বিৰোধী জোঁট ইণ্ডিয়া (ইণ্ডিয়ান নেশ্ব্যনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স) সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্তু্ত্ত্যৰ দিছে ৰাহুল গান্ধীয়ে৷ মঙলবাৰে দুপৰীয়া টুইটাৰত ৰাহুলে লিখিছে, ‘মোদীজী আপুনি যি নামেৰেই আমাক নামাতক কিয়, আমি ‘ইণ্ডিয়া’৷ মণিপুৰৰ ঘটনাক লৈ আমি আগবাঢ়ি আহিছো আৰু তেওঁলোকৰ হৈ আমি মাত মাতিছো, মাতিও যাম৷ মণিপুৰৰ মহিলা, শিশুৰ চকুপানী আমি মচিম৷ তেওঁলোকৰ কাষত আমি থিয় দিমেই৷ আমি মানুহৰ মাজত শান্তি আৰু ভালপোৱা বিলাবলৈ যত্ন কৰিম৷ মণিপুৰত আমি ভাৰতীয়, এই চেতনা পুনৰ জগাই তুলিম৷’

মণিপুৰৰ ঘটনাক লৈ বিৰোধীসকলৰ ধাৰাবাহিক বিক্ষোভক গুৰুত্ব দিয়া নাই শাসক দলে৷ মণিপুৰৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীয়ে কোনোধৰণৰ মন্তব্য নকৰাক লৈ বিৰোধীয়ে উত্তাল কৰিছে সদন৷ সোমবাৰে পুৱাও অধিবেশনতেই মোদীয়ে ইণ্ডিয়াক ‘ইণ্ডিয়ান মুজাহিদিন’ বুলি ঠাট্টা কৰিছিল৷ সেই ঠাট্টাৰেই প্ৰত্তুত্ত্যৰ দিছে ৰাহুল গান্ধীয়ে৷

মোদীৰ এই মন্তব্যক লৈ মঙলবাৰে সংসদত প্ৰতিবাদো কৰিছে বিৰোধী সাংসদসকলে৷ তেওঁলোকৰ দাবী, প্ৰধানমন্ত্ৰীৰ আতংকৰহে এয়া বহিঃপ্ৰকাশ৷ কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী নেতাসকলক মল্লিকাৰ্জুন খৰ্গেই কয়, ‘পাটনা আৰু বাংগালুৰুত আমাৰ সফল বৈঠক দেখি প্ৰধানমন্ত্ৰী চাপত পৰিছে৷ সেয়ে এই ভিত্তিহীন অভিযোগ আনিছে৷’

ইফালে তৃণমূলৰ ৰাজ্যসভাৰ নেতা ডেৰেক ওব্ৰায়নৰ মন্তব্য, ‘সংসদৰ অধিৱেশন চলিছে৷ প্ৰধানমন্ত্ৰীয়ে যি কৈছে তেওঁ সংসদত আহি কওক৷ আমি তেওঁৰ অপেক্ষাতেই আছো৷ তেওঁ অধিবেশনত আহি মুখ খুলিবলৈ সাহস নাই বাবেই য’তে ত’তে এই মন্তব্য কৰি ফুৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
Next Post
সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

চকু বন্ধ কৰিলেই সেই ভয়ংকৰ স্মৃতি! মুখ খুলিলে মণিপুৰৰ নিৰ্যাতিতাই, তদন্ত প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িছে, সবিশেষ…

চকু বন্ধ কৰিলেই সেই ভয়ংকৰ স্মৃতি! মুখ খুলিলে মণিপুৰৰ নিৰ্যাতিতাই, তদন্ত প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িছে, সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.