• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ কৃষিভূমিত ভয়াৱহ ফৰিঙৰ আক্ৰমণ! দুৰ্ভিক্ষই দেখা দিব ভাৰতত, বাব ভাংগাই ভাৰতক লৈ কি কি ভৱিষ্যতবাণী কৰিছে?

দেশৰ কৃষিভূমিত ভয়াৱহ ফৰিঙৰ আক্ৰমণ! দুৰ্ভিক্ষই দেখা দিব ভাৰতত, বাব ভাংগাই ভাৰতক লৈ কি কি ভৱিষ্যতবাণী কৰিছে?

4 years ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

55 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

1 hour ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

9 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশৰ কৃষিভূমিত ভয়াৱহ ফৰিঙৰ আক্ৰমণ! দুৰ্ভিক্ষই দেখা দিব ভাৰতত, বাব ভাংগাই ভাৰতক লৈ কি কি ভৱিষ্যতবাণী কৰিছে?

editor by editor
October 19, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
দেশৰ কৃষিভূমিত ভয়াৱহ ফৰিঙৰ আক্ৰমণ! দুৰ্ভিক্ষই দেখা দিব ভাৰতত, বাব ভাংগাই ভাৰতক লৈ কি কি ভৱিষ্যতবাণী কৰিছে?
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটাৰ পিছত আনটো ভৱিষ্যতবাণীৰে বাবা ভাংগা এতিয়া সকলোৰে চিনাকি এজন ব্যক্তি৷ বুলগেৰিয়াৰ নবী বাবা ভাংগাৰ ভৱিষ্যতবাণীৰ আলোচনা এতিয়া সমগ্ৰতে৷ ভাৰতৰ বাবে ২০২২ বৰ্ষত এটা ডাঙৰ ভৱিষ্যবাণী কৰিছে বাবা ভাংগায়৷ আগন্তুক ২ মাহত সঁচা হ’ব পাৰে বাবা ভাংগাৰ ভৱিষ্যতবাণী৷

বাবা ভাংগাই ২০২২ চনত ভাৰতত ফৰিঙৰ আক্ৰমণ আৰু অনাহাৰৰ ভৱিষ্যবাণী কৰিছে। বাবা ভাংগাৰ মতে, ২০২২ চনত সমগ্ৰ বিশ্বতে তাপমাত্ৰা হ্ৰাস পোৱাৰ পাছতেই ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। জাক জাক ফৰিঙে ভাৰতত শস্যৰ পথাৰসমূহত আক্ৰমণ কৰিব৷ ইয়াৰ ফলত ভাৰতত দুৰ্ভিক্ষও হ’ব পাৰে৷ ২০২২ চনটো শেষ হ’বলৈ এতিয়াও মাজত দুটামাহ বাকী থকাৰ সময়তে এই ভৱিষ্যতবাণী সঁচা হৈ পৰিব নেকি বুলি চিন্তিত হৈ উঠিছে বহুজন৷

উল্লেখ্য যে, ২০২২ চনৰ বাবে বাবা ভাংগাই ৬টা ভৱিষ্যবাণী কৰিছিল। অষ্ট্ৰেলিয়াকে ধৰি এছিয়াৰ কেইখনমান দেশত বানপানী, পানীৰ নাটনি, এলিয়েনৰ আক্ৰমণ, ফৰিঙৰ আক্ৰমণ, ভাৰ্চুৱেল ৰিয়েলিটি বৃদ্ধিৰ ভৱিষ্যবাণী কৰিছিল। ইয়াৰ বাহিৰেও বাবা ভাংগাই চাইবেৰিয়াৰ পৰা নতুন ভাইৰাছ আহিব বুলি ভৱিষ্যবাণী কৰিছিল, যিটো কৰ’না ভাইৰাছতকৈও অধিক মাৰাত্মক হ’ব পাৰে বুলিও প্ৰকাশ কৰিছিল বাবা ভাংগাই৷ ২০২২ চন সন্দৰ্ভত বাবা ভাংগাই কৰা ৬ টা ভৱিষ্যবাণীৰ ভিতৰত ২ টা সঁচা প্ৰমাণিত হৈছে।

অষ্ট্ৰেলিয়াৰ বাহিৰেও তেওঁ এছিয়াৰ কেইখনমান দেশত বানপানীৰ ভৱিষ্যবাণী কৰিছিল, যিটো সত্য প্ৰমাণিত হৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ লগতে পাকিস্তানতো বানপানীত কেইবা হাজাৰো লোকৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বাবা ভাংগাই কিছুমান দেশত পানীৰ নাটনি হ’ব বুলিও ভৱিষ্যবাণী কৰিছিল সেয়াও বাস্তৱত পৰিণত হৈছে। পৰ্তুগাল আৰু ইটালীৰ বহু চহৰ চলিত বৰ্ষত খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
বিলাসী গাড়ী কিনি আনন্দত আত্মাহাৰা হৈ কৰিলে এই কাম, তাৰপিছত…

বিলাসী গাড়ী কিনি আনন্দত আত্মাহাৰা হৈ কৰিলে এই কাম, তাৰপিছত...

সমীক্ষাত প্ৰকাশ, চৰকাৰী কৰ্মচাৰীয়েই লয় সৰ্বাধিক উপঢৌকন

সমীক্ষাত প্ৰকাশ, চৰকাৰী কৰ্মচাৰীয়েই লয় সৰ্বাধিক উপঢৌকন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.