বিচক্ষণ হৈ পৰক, দায়িত্বশীল হওক। ৰিজার্ভ বেংকে জাৰি কৰিছে গ্ৰাহকলৈ সজাগতামূলক বিজ্ঞাপন। সময়মতে আপুনি বেংকৰ কিস্তি পৰিশোধ কৰক। নহ’লে সা-সুবিধাৰ পৰা বঞ্চিত হ’ব আপুনি।