• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীয়ে ফোন কৰিছে এজনৰ পাছত আনজন নেতাক! শপতগ্ৰহণলৈ কোন কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান?

মোদীয়ে ফোন কৰিছে এজনৰ পাছত আনজন নেতাক! শপতগ্ৰহণলৈ কোন কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

3 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

7 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

8 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

10 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

10 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোদীয়ে ফোন কৰিছে এজনৰ পাছত আনজন নেতাক! শপতগ্ৰহণলৈ কোন কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান?

মোদীয়ে ফোন কৰিছে এজনৰ পাছত আনজন নেতাক! শপতগ্ৰহণলৈ কোন কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান?

editor by editor
June 6, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মোদীয়ে ফোন কৰিছে এজনৰ পাছত আনজন নেতাক! শপতগ্ৰহণলৈ কোন কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান?
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোবোৰ পৰিকল্পনামতেই আগুৱাইছে৷ শনিবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে৷ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু শ্ৰীলংকাৰ প্ৰেছিডেণ্ট ৰনিল বিক্ৰমসিংহ৷ চুূবুৰীয়া দুই দেশৰ ৰাষ্ট্ৰপ্ৰধানক ফোন কৰি শপতগ্ৰহণ অনুষ্ঠানত আমন্ত্ৰণ জনাইছে মোদীয়ে৷

প্ৰাথমিকভাৱে লাভ কৰা তথ্য অনুসৰি ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং তোবগে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল আৰু মৰিছাচৰ প্রধানমন্ত্ৰী প্ৰবীন্দ জুহনখেও শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে৷ পিটিআইৰ খবৰ অনুসৰি বুধবাৰে মোদীয়ে শ্ৰীলংকাৰ প্ৰেছিডেণ্টক ফোন কৰি আমন্ত্ৰণ জনাইছে৷ খবৰৰ সত্যতা স্বীকাৰ কৰি শ্ৰীলংকাৰ প্ৰেছিডেণ্টৰ সচিবালয়ে জনোৱা অনুসৰি শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ ৰক্ষা কৰি ভাৰতলৈ অহাটো প্ৰায় নিশ্চিত৷

ইফালে সূত্ৰই প্ৰকাশ কৰা মতে বুধবাৰে হাছিনাক ফোন কৰি আমন্ত্ৰণ জনাইছে মোদীয়ে৷ অন্য ৰাষ্ট্ৰপ্ৰধানৰ মাজত হাছিনাই প্ৰথম মোদীক তৃতীয়বাৰৰ বাবে পোৱা বিজয়ৰ বাবে অভিনন্দন জনাইছিল৷ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মোদীয়ে হাছিনাক আমন্ত্ৰণ জনাইছে৷ শনিবাৰে ভাৰতৰ মাটিত ভৰি দিব হাছিনাই৷ শনিবাৰে বিশেষ বিমানেৰে বাংলাদেশৰ পৰা মোদীক অভিনন্দন জনাবলৈকে আহিব হাছিনা৷

উল্লেখ্য যে ২০১৯ৰ শপতগ্ৰহণ অনুষ্ঠানতো বিমষ্টেক গোষ্টীৰ সদস্য দেশকেইখনক আমন্ত্ৰণ জনাইছিল মোদীয়ে৷ আমন্ত্ৰিত অতিথিৰ তালিকাত আছিল বাংলাদেশ, ভুটান, ম্যানমাৰ, নেপাল আৰু শ্ৰীলংকা, থাইলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান৷ দহ বছৰ পূৰ্বে ক্ষমতালৈ অহাৰ সময়ত প্ৰথম শপতগ্ৰহণ অনুষ্ঠানত ছাৰ্ক গোষ্ঠীৰ সদস্যসকলক আমন্ত্ৰণ জনাইছিল মোদীয়ে৷ সেইবাৰ এনডিএৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছিল পাকিস্থানৰ প্ৰধানমন্ত্ৰী নাৱাজ শৰিফো৷ ২০১৯ চনৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত শপত লৈছিল ২৪জন মন্ত্ৰী আৰু ৯ জন উপমন্ত্ৰীয়ে৷ কিন্তু এইবাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই৷ সেয়ে মোদী মন্ত্ৰীসভাত এইবাৰ বিশেষ আদৰ সাদৰেৰে ৰাখিব লাগিব টিডিপি আৰু জেডিইউৰ দৰে দলসমূহক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
১০ বছৰত যি মন যায় তাকেই কৰিলে মোদীয়ে, এইবাৰ কি হ’ব? এযোৰ কাপোৰেৰে দিনটো কটোৱাৰ পৰাই আৰম্ভ কৰিলে নেকি সাধাৰণ হৈ চলাৰ যাত্ৰা?

১০ বছৰত যি মন যায় তাকেই কৰিলে মোদীয়ে, এইবাৰ কি হ’ব? এযোৰ কাপোৰেৰে দিনটো কটোৱাৰ পৰাই আৰম্ভ কৰিলে নেকি সাধাৰণ হৈ চলাৰ যাত্ৰা?

চছমা এৰোতেই যেন আৰম্ভ হৈ গ’ল যাদু! ৰাহুলে কিয় এৰিলে চছমা? জানক প্ৰকৃত কাৰণ

চছমা এৰোতেই যেন আৰম্ভ হৈ গ’ল যাদু! ৰাহুলে কিয় এৰিলে চছমা? জানক প্ৰকৃত কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.