• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ

বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ

2 years ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

19 minutes ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

12 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

13 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

13 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

14 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

14 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

16 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

17 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

17 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

18 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

19 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ

editor by editor
August 5, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ

পুনৰ হিংসাৰ দাৱানল ভাৰতৰ তথা অসমৰ চুবুৰীয়া দেশ বাংলাদেশত। অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ জাৰি কৰা হৈছে দেশ খনত। বৰ্তমানলৈ তীব্ৰ সংঘৰ্ষৰ ফলত ১৪ জন আৰক্ষী সহ ৯৭ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। বাংলাদেশৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত প্ৰতিবাদকাৰী আৰু শাসকীয় আৱামী লীগৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ।

দেশখনত ইতিমধ্যে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি সমগ্ৰ দেশতে অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ জাৰি কৰা হৈছিল। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা দেশত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ মন্ত্ৰালয়ে। চৰকাৰী সংস্থাসমূহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ফেচবুক’, ‘মেচেঞ্জাৰ’, ‘ৱাটছএপ’ আৰু ‘ইনষ্টাগ্ৰাম’ বন্ধ কৰাৰ নিৰ্দেশ দিছে। প্ৰকাশ কৰা অনুসৰি মোবাইল প্ৰদানকাৰীক ৪জি ইণ্টাৰনেট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই হিংসাৰ দাৱানলৰ মাজত আৱদ্ধ হৈ পৰিছে বহু ভাৰতীয়। ভাৰতৰ ফালৰ পৰা বাংলাদেশত বসবাস কৰা নাগৰিকসকলক যোগাযোগত থাকিবলৈ আৰু সজাগ হৈ থাকিবলৈ কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয়সকলক জৰুৰীকালীন অৱস্থাত +৮৮-০১৩১৩০৭৬৪০২ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ বিষয়ক লৈ চলি থকা হুলস্থুলক লৈ চৰকাৰৰ পদত্যাগ দাবী কৰা প্ৰতিবাদকাৰীসকলে দেওবাৰে ‘বৈষম্য বিৰোধী ছাত্ৰ’ৰ বেনাৰত আয়োজন কৰা ‘অসহযোগ কাৰ্যসূচী’ত অংশগ্ৰহণ কৰিবলৈ আহিছিল। আৱামী লীগ, ছাত্ৰ লীগ আৰু জুবো লীগৰ কৰ্মীসকলে তেওঁলোকৰ বিৰোধিতা কৰি তাৰ পিছত দুয়োটা দলৰ মাজত সংঘৰ্ষ হয়।

বিগত মাহত বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত ২০০ জন লোকৰ মৃত্যু হৈছিল। ইউনিচেফে কয় যে, “সেই সময়ত নিহত হোৱাসকলৰ ভিতৰত ৩২টা শিশুও আছিল। বহু শিশু আহত হৈছিল আৰু বহুতকে আটক কৰা হৈছিল। ইউনিচেফে এই হিংসাক গৰিহণা দিছে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh violencecurfewIndian Students
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
Next Post
বোল বোম যাত্ৰাত অঘটন, প্ৰাণ হেৰুৱালে ৯ ভক্তই, বহু আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

বোল বোম যাত্ৰাত অঘটন, প্ৰাণ হেৰুৱালে ৯ ভক্তই, বহু আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ

গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.