• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

8 months ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

1 minute ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

42 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

1 hour ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

editor by editor
August 18, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
0
SHARES
724
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজিৰ ব্যস্ত জীৱনত সকলোৱে কঠোৰ পৰিশ্ৰম কৰে ধন উপাৰ্জনৰ বাবে৷ কিন্তু সেই ধন সঞ্চয় কৰা সকলোৰে পক্ষে সহজ নহয়৷ বহু সময়ৰত মাহৰ শেষত চলিবলৈকে ধন নাথাকে ভৱিষ্যতৰ বাবে সঞ্চয় দূৰৈৰে কথা৷ ইয়াৰ কাৰণ হৈছে সঠিক সঞ্চয় পৰিকল্পনাৰ অভাৱ৷ এটা সঞ্চয় পৰিকল্পনা কেৱল অৰ্থ সঞ্চয়ৰ এক উপায় হব পাৰে তেনে নহয় বৰং এক আৰ্থিক যাত্ৰাৰ বাবে তৈয়াৰ কৰা এক ৰোডমেপ যিয়ে আৰ্থিক লক্ষ্যৰ দিশেৰে আপোনাক লৈ যাব পাৰে৷ কিয় এটা সঞ্চয় পৰিকল্পনা প্ৰয়োজন? কেনেকৈ ধন সঞ্চয় কৰিব জানি থওক ৫টা সহজ ঢাপ৷

কিয় এক সঞ্চয় পৰিকল্পনাৰ প্ৰয়োজন?

এটা সঞ্চয় পৰিকল্পনা তৈয়াৰ কৰে আৰ্থিক সাফল্যৰ ভিত্তি৷ ইয়াৰ বহু সুবিধা আছে

আৰ্থিক নিৰাপত্তা

এটা এটা জৰুৰী তহবিল তৈয়াৰত সহায়তা কৰে, যাতে চাকৰি হেৰুওৱা, অসুস্থতা বা অন্য কোনো অপ্ৰত্যাশিত ব্যয়ৰ ক্ষেত্ৰত অন্য কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰিব৷

লক্ষ্য অৰ্জন

সঞ্চয় পৰিকল্পনাৰে ঘৰ কিনা, শিক্ষা, বিবাহ আৰু অৱসৰ গ্ৰহণৰ দৰে ডাঙৰ পৰিকল্পনাত সহায়তা কৰে৷

মনৰ শান্তি

যেতিয়া এক শক্তিশালী আৰ্থিক নিৰাপত্তা ব্যৱস্থা থাকে তেতিয়া চাপমুক্ত থাকিব পাৰি আৰু ভৱিষ্যতক লৈয়ো চিন্তামুক্ত হৈ থাকিব পাৰি৷
৫ টা সহজ ধাপেৰে সঞ্চয় পৰিকল্পনা তৈয়াৰ কৰিব পাৰে৷
নিজৰ সঞ্চয় পৰিকল্পনা তৈয়াৰ কৰিবলৈ এই ৫ ধাপ অনুসৰণ কৰা উচিত৷

১. নিজৰ আৰ্থিক লক্ষ্যসমূহ বুজিব লাগিব

প্ৰথমতে কিহৰ বাবে সঞ্চয় কৰা হৈছে সেয়া নিৰ্ধাৰণ কৰিব লাগে৷ নিজৰ লক্ষ্যসমূহক তিনিটা ভাগত ভাগ কৰিব লাগে৷
স্বল্পম্যাদীঃ যেনে ১-৩ বছৰৰ বাবে বাহনৰ বাবে ডাউন পেমেণ্ট কৰা৷
মধ্যম্যাদীঃ ৩-৫ বছৰৰ বাবে ঘৰ ক্ৰয়ৰ বাবে সঞ্চয় কৰা৷
দীৰ্ঘম্যাদিঃ অৱসৰ গ্ৰহণৰ বাবে এট ডাঙৰ তহবিল তৈয়াৰ কৰা৷

২. নিজৰ খৰচ ট্ৰেক কৰিব লাগিব আৰু এটা বাজেট তৈয়াৰ কৰিব লাগে

প্ৰত্যেকেই জনা উচিত যে তেওঁলোকে কষ্টাৰ্জিত অৰ্থ কলৈ গৈছে৷ নিজৰ সমস্ত মাহিলী খৰচ ট্ৰেক কৰিব লাগে৷ তাৰপিছতেই এক বাজেট তৈয়াৰ কৰিব লাগে আৰু প্ৰতিটো সামগ্ৰীৰ বাবে কিমান খৰচ কৰিব সেয়া নিৰ্ধাৰণ কৰিব লাগে৷

৩. সঞ্চয়ক অগ্ৰাধিকাৰ দিব

৫০/৩০/২০-ৰ দৰে নিয়মো ব্যৱহাৰ কৰিব পাৰে৷ এই নিয়মে মূলত কয় যে কেনেকৈ দৰমহা লাভৰ লগে লগে সঞ্চয় আৰু বিনিয়োগৰ বাবে নিৰ্ধাৰিত পৰিমাণ পৃথক কৰি ৰাখিব লাগে৷ তাৰপিছতেই অৱশিষ্ট অৰ্থহে খৰচ কৰিব লাগে৷

৪. বিভিন্ন একাউণ্টৰ ব্যৱহাৰ

বিভিন্ন লক্ষ্যৰ বাবে সৰ্বদা বিভিন্ন বেংক একাউণ্ট বা বিনিয়োগৰ বিকল্প ব্যৱহাৰ কৰা উচিত৷ উদাহৰণস্বৰূপে জৰুৰী প্ৰয়োজনৰ বাবে এটা একাউণ্ট, অৱসৰকালীন সময়ৰ বাবে এটা একাউণ্ট৷ এই একাউণ্টসমূহ যাতে মিহলি হৈ নাযায় সেই দিশত নজৰ ৰাখিব৷

৫. সময়ে সময়ে পৰ্যালোচনা

প্ৰতি ৬ মাহ বা এবছৰ অন্তৰে অন্তৰে নিজৰ স্কিম পৰ্যালোচনা কৰিব লাগে আৰু চাব লাগে সেই বিনিয়োগে কেনে পাৰফৰ্ম কৰিছে আৰু আয়ৰ বা ব্যয়ত কি কি পৰিবৰ্তন আহিছে৷ তাৰপিছতেই প্ৰয়োজন অনুসৰি সেই পৰিকল্পনা পৰিবৰ্তন কৰিব পাৰে৷ যদিও এটা সঞ্চয় পৰিকল্পনা কঠিন যেন মনত ধাৰণা আহে কিন্তু এয়া আৰ্থিক স্বাধীনতাৰ দিশত প্ৰথম পদক্ষেপ৷ এই সহজ পদক্ষেপসমূহ অনুসৰণ কৰি এইসমূহ আৰ্থিক লক্ষ্য অৰ্জন কৰা সম্ভৱ হৈ উঠে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ
বাণিজ্য

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

April 7, 2026
Next Post
৩ ছেপ্টেম্বৰ পৰ্যন্ত উপচি পৰিব সুখ-সমৃদ্ধি! মঙ্গলৰ কৃপাত লাকী লিষ্টত কোন কোন আছে?

৩ ছেপ্টেম্বৰ পৰ্যন্ত উপচি পৰিব সুখ-সমৃদ্ধি! মঙ্গলৰ কৃপাত লাকী লিষ্টত কোন কোন আছে?

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.