• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

3 weeks ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

1 hour ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

3 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

3 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

4 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

5 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

5 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

5 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

6 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

7 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

7 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

বেংক বন্ধৰ তালিকা জানক

editor by editor
August 30, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই দুই সপ্তাহত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ বেংকিং কাম আছে নেকি?২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত কিছুমান অঞ্চলত বেংক বন্ধ থাকিব। এই সময়ছোৱাত বেংকৰ শাখা দুদিনলৈকে বন্ধ থাকিব পাৰে। অৱশ্যে সমগ্ৰ দেশতে এই বন্ধৰ দিনবোৰ একেধৰণৰ নহ’ব। কিছুমান বন্ধৰ দিন কেৱল নিৰ্দিষ্ট ৰাজ্য আৰু চহৰৰ বাবেহে প্ৰযোজ্য হ’ব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ছুটীৰ কেলেণ্ডাৰ অনুসৰি প্ৰতি দেওবাৰে বেংক বন্ধ থাকে। তদুপৰি প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰেও বেংক বন্ধ থাকে। সেয়ে ৩০ আগষ্ট দেওবাৰে সমগ্ৰ দেশৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংক বন্ধ হৈ পৰে। এতিয়া ৩১ আগষ্ট সোমবাৰে সাধাৰণ সময়ত খোলা হ’ব বেংকৰ শাখাসমূহ। এই সপ্তাহত পাঁচৰ পৰা ছয় দিনলৈকে বেংকিং সেৱা সাধাৰণভাৱে চলিব পাৰে। উল্লেখযোগ্য যে ৫ ছেপ্টেম্বৰ মাহৰ প্ৰথম শনিবাৰ, গতিকে সেইদিনা বেংক খোলা থাকিব।

৪ ছেপ্টেম্বৰত বহু চহৰত বন্ধ হ’ব বেংক

এই সপ্তাহৰ মূল বন্ধৰ দিন ৪ ছেপ্টেম্বৰ শুকুৰবাৰ। জন্মাষ্টমীৰ বাবে আজিৰ দিনটোত বহু চহৰত বন্ধ থাকিব বেংকৰ শাখা। ইয়াৰ ভিতৰত আহমেদাবাদ, আইজল, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, ডেৰাডুন, গংটক, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কোচি, কলকাতা, লক্ষ্ণৌ, পাটনা, ৰায়পুৰ, ৰাঞ্চি, শিলচৰ, শিমলা, শ্ৰীনগৰ, তিৰুৱনন্তপুৰম, আৰু বিজয়াৱাড়া আদি চহৰ। ইয়াৰ পিছতে ৬ ছেপ্টেম্বৰ দেওবাৰে সমগ্ৰ দেশতে বেংকসমূহে সাধাৰণ সাপ্তাহিক ছুটী গ্ৰহণ কৰিব। যদি আপুনি এই চহৰবোৰত থাকে আৰু যিকোনো কাম কৰিবলৈ বেংকৰ শাখালৈ যাব বিচাৰে তেন্তে ৪ ছেপ্টেম্বৰৰ বন্ধৰ দিনটো মনত ৰখাটো গুৰুত্বপূৰ্ণ।

অহা সপ্তাহতো ৩ দিন বন্ধ থাকিব বেংক

অহা সপ্তাহত অব্যাহত থাকিব বেংকৰ ছুটী। ৭ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত তিনিদিন বন্ধ থাকিব পাৰে। অৱশ্যে দেশজুৰি সকলো বন্ধৰ দিন প্ৰযোজ্য নহ’ব। জয়পুৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অহা ১১ ছেপ্টেম্বৰ শুকুৰবাৰে জয়পুৰ চহৰত বন্ধ থাকিব বেংক। ইয়াৰ পিছত মাহৰ দ্বিতীয় শনিবাৰ ১২ ছেপ্টেম্বৰ শনিবাৰে দেশজুৰি বেংকসমূহ বন্ধ থাকিব। এই দিনটোত শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথিও পালন কৰা হয়। ১৩ ছেপ্টেম্বৰ দেওবাৰেও বন্ধ থাকিব বেংক।

বেংক বন্ধ হ’লেও অনলাইন কাম বন্ধ নহ’ব

বেংকৰ শাখা বন্ধ হোৱাৰ অৰ্থ এইটো নহয় যে বেংকিং সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। বন্ধৰ দিনতো গ্ৰাহকে ইউপিআই, এটিএম, ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং আদি ডিজিটেল সেৱা ব্যৱহাৰ কৰিব পাৰে। NEFT আৰু RTGSৰ দৰে অনলাইন সেৱাও উপলব্ধ। বেংকিং এপ আৰু ডিজিটেল সেৱাসমূহ সাধাৰণতে সপ্তাহৰ সাত দিন ২৪ ঘণ্টাই উপলব্ধ। সেয়েহে বেংকৰ বন্ধৰ দিনতো অনলাইনযোগে টকা ট্ৰেন্সফাৰ বা বেলেঞ্চ চেক কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব পৰা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
Next Post
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ'ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.