• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

3 months ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 hours ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

1 week ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

1 week ago
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

1 week ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

1 week ago
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

1 week ago
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

1 week ago
সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

1 week ago
ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

1 week ago
আকৌ আহিছে এক দুখবৰ! পথ দুৰ্ঘটনাত জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ট্ৰাকৰ তলত নিচিহ্ন বাহন

আকৌ আহিছে এক দুখবৰ! পথ দুৰ্ঘটনাত জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ট্ৰাকৰ তলত নিচিহ্ন বাহন

1 week ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

1 week ago
শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, December 1, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

editor by editor
August 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেংক একাউণ্টধাৰীৰ বাবে ডাঙৰ খবৰ৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কেলেণ্ডাৰ অনুসৰি ২০২৫ চনৰ ছেপ্টেম্বৰত দেশত মুঠ ১৫ দিন বেংকৰ ছুটি থাকিব৷ ছুটিৰ তালিকাৰ মাজত ৯ দিন উৎসৱ আৰু ৬ দিন সাপ্তাহিক ছুটি অন্তৰ্ভুক্ত৷ জানি থওক ২০২৫ চনৰ ছেপ্টেম্বৰৰ ছুটিৰ তালিকা জানি থওক আগতীয়াকৈয়ে৷

ছেপ্টেম্বৰত বেংকৰ ছুটিৰ সম্পূৰ্ণ তালিকা

  • ৩ ছেপ্টেম্বৰ ২০২৫ বুধবাৰে কৰম পূজা- ঝাৰখণ্ড বেংক বন্ধ৷
  • ৪ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰ ওনাম- কেৰালাত ছুটি
  • ৫ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰে ঈদ এ মিলাদ- কেইবাখনো ৰাজ্যত বন্ধ থাকিব বেংক৷
  • ৬ ছেপ্টেম্বৰ ২০২৫ শনিবাৰে ঈদ ই মিলাদ-গেংটক আৰু ৰায়পুৰত বন্ধ থাকিব বেংক৷
  • ৭ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ সাপ্তাহিক ছুটি-সমগ্ৰ দেশৰ সকলো বেংক বন্ধ৷
  • ১২ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰে ঈদ ই মিলাদ কিছু ৰাজ্যত অতিৰিক্ত ছুটি, বিশেষকৈ এই উৎসৱ দুদিনৰ বাবে পালিত হ’ব৷
  • ১৩ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ দ্বিতীয় শনিবাৰ ভাৰত জুৰি বেংক বন্ধ৷
  • ১৪ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ সাপ্তাহিক ছুটি-সকলো ৰাজ্যৰ বেংক বন্ধ
  • ২১ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ সাপ্তাহিক ছুটি সকলো ৰাজ্যৰ বেংক বন্ধ৷
  • ২২ ছেপ্টেম্বৰ ২০২৫ সোমবাৰে নৱৰাত্ৰিৰ আৰম্ভণি, ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি জয়পুৰকে ধৰি কেইবাটাও স্থানত স্থানীয় ছুটি৷
  • ২৩ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰে মহাৰাজা হৰি সিং জিৰ জন্মদিন, জম্মু আৰু শ্ৰীনগৰত বন্ধ থাকিব বেংক৷
  • ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰে চতুৰ্থ শনিবাৰ সমগ্ৰ ভাৰতৰ বেংক বন্ধ৷
  • ২৮ ছেপ্টেম্বৰ দেওবাৰ সাপ্তাহিক ছুটি সকলো ৰাজ্যতেই বেংক বন্ধ৷
  • ২৯ ছেপ্টেম্বৰ মঙলবাৰ দুৰ্গাপূজাৰ মহাসপ্তমী- পশ্চিমবংগ, ঝাড়খণ্ড, অসম, ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বৰ সকলো বেংকেই বন্ধ৷

ওপৰোক্ত এই তালিকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ছুটিৰ সময়সূচীৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা আৰু বিভিন্ন ৰাজ্যৰ স্থানীয় ছুটিৰ দিন অনুসৰি পৰিবৰ্তিত হব পাৰে৷

ডিজিটেল বেংকিং পৰিসেৱা সক্ৰিয় থাকিব

গ্ৰাহকে প্ৰয়োজনীয় আৰ্থিক লেনদেনৰ বাবে এটিএম পৰিসেৱা, ইউপিআই, মোবাইল বেংকিং আৰু ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিব পাৰে৷ যিসমূহ ৰাজ্যৰ বেংক বন্ধ থাকিব সেইসমূহ ৰাজ্যত পূৰ্বেই শাখা পৰিসেৱাৰ ওপৰত নিৰ্ভৰশীল গ্ৰাহকে স্থানীয় ছুটিৰ তালিকা পৰীক্ষা কৰা উচিত অথৱা তেওঁলোকে বেংকলৈ গৈ পূৰ্বেই কামসমূহ সম্পন্ন কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা
জীৱনশৈলী

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

December 1, 2025
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

November 24, 2025
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ
চিনেমা

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

November 24, 2025
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?
জীৱনশৈলী

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

November 24, 2025
Next Post
বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.