• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

2 years ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

6 minutes ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

34 minutes ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

3 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

3 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

3 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

5 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

5 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

6 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

7 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

editor by editor
September 12, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

এফালে বিশ্বৰ কেইবাখনো দেশত মহিলাই হিজাব পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বিপৰীতে এখন দেশত নিষিদ্ধ ঘোষণা কৰিছে। কেৱল মহিলাৰ হিজাবেই নহয়, পুৰুষৰ ক্ষেত্ৰতো দিয়া হৈছে নিৰ্দেশনা। কোনো পুৰুষে ৰাখিব নোৱাৰিব দীঘল দাঢ়ি। তাকো এখন মুছলমান প্ৰধান দেশতে এই নিৰ্দেশন জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। নিৰ্দেশনা অমান্য কৰিলে ১ লাখৰো অধিক জৰিমনা।

এতিয়াৰ পৰা দেশ খনত হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখাটো নিষিদ্ধ। এই মুছলিম প্ৰধান দেশখন হৈছে তাজিখিস্তান। তাজিখিস্তানত ৯৬ শতাংশই মুছলিম লোক। তাৰ পাছতো এনে এক নিষিদ্ধতা জাৰি কৰিছে দেশখনত। অৱশ্যে ইয়াৰ পাছত আছে এক বিশেষ কাৰণ।

সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস কৰাৰ উদ্দেশ্যেই এই নিৰ্দেশনা জাৰি তাজিখিস্তানত। আচলতে মুছলমান দেশ তাজিকিস্তান আফগানিস্তান, চীন, কিৰ্গিস্তান আৰু উজবেকিস্তানৰ সীমাৰেখাৰে আগুৰি আছে। বৰ্তমান এই দেশখন সন্ত্ৰাসবাদী ঘটনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰিৰ অধীনত আছে।

২০২৪ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তাজিক মূলৰ ৪ জন সন্ত্ৰাসবাদী জড়িত হোৱাৰ পিছত চৰকাৰে দেশখনৰ ইছলামিক সাজ-পোছাক আৰু পৰিচয় নিৰ্মূল কৰিবলৈ আৰম্ভ কৰিছে।

চৰকাৰৰ নতুন নিয়মৰ মূল উদ্দেশ্য ধৰ্মীয় মৌলবাদক নিয়ন্ত্ৰণ কৰা বুলি কোৱা হৈছে। তিনি দশক ধৰি ক্ষমতাত থকা একনায়কত্ববাদী ৰাষ্ট্ৰপতি ইমোনালি ৰহমনৰ মতে ইছলামৰ ৰাজহুৱা পৰিচয় ৰোধ কৰিলে ৰক্ষণশীল ইছলামক দুৰ্বল কৰাত সহায়ক হ’ব। ইয়াৰ ফলত ইছলামিক উগ্ৰবাদো হ্ৰাস পাব।

নতুন আইনত চৰকাৰে ৰাজহুৱা স্থানত দাড়ি কটাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে চৰকাৰে মোতায়েন কৰিছে নৈতিক আৰক্ষী। লগতে আইন মানি নচলাৰ বাবে ১ লাখ টকাতকৈ অধিক জৰিমনা আৰু শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, যদি আমি তাজিকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ কথা কওঁ, তেন্তে দেশখনৰ গড় মাহিলী দৰমহা প্ৰায় ১৫ হাজাৰ টকা। যাৰ বাবে দেশত জৰিমনা সন্দৰ্ভত ব্যাপক সমালোচনা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hijabHijab BandLong beardTajikistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
Next Post
কাজু আৰু আলমণ্ড খাইনে! এইবিধ ৰোগৰ ক্ষেত্ৰত বিষাক্ত হব পাৰে, পঢ়ক সবিশেষ

কাজু আৰু আলমণ্ড খাইনে! এইবিধ ৰোগৰ ক্ষেত্ৰত বিষাক্ত হব পাৰে, পঢ়ক সবিশেষ

১৪ ছেপ্টেম্বৰৰ পৰা বুধ গ্ৰহ অস্ত, ৫টা ৰাশিৰ বাবে সাৱধান হোৱাৰ সময়

১৪ ছেপ্টেম্বৰৰ পৰা বুধ গ্ৰহ অস্ত, ৫টা ৰাশিৰ বাবে সাৱধান হোৱাৰ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.