সমগ্ৰ ৰাজ্যতে অব্যাহত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট। ম্যানমাৰ-শিলচৰ-শ্বিলং হৈ বৰপেটা। বৰপেটাৰ পৰা বহিঃৰাজ্যলৈ অবৈধ চুপাৰি। বৰপেটাত অবৈধ চুপাৰিৰ বেহাত ৰবিউল ইছলাম ওৰফে ৰুবুল। চৰকাৰে হেৰুৱাইছে ব্যাপক পৰিমাণৰ ৰাজহ। ৰুবুলৰ বিৰুদ্ধে কি ব্যৱস্থা হ’ব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ