• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা সৰস্বতী কেতিয়া বিতুষ্ট হয়?

মা সৰস্বতী কেতিয়া বিতুষ্ট হয়?

4 years ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 minutes ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

8 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

8 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

9 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

10 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

11 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

11 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

12 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

13 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

13 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

14 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মা সৰস্বতী কেতিয়া বিতুষ্ট হয়?

editor by editor
February 5, 2022
in অসম, গুৱাহাটী, ভাৰত
0
মা সৰস্বতী কেতিয়া বিতুষ্ট হয়?
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সৰস্বতী পূজা৷ আজিৰ দিনটোত সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হয় সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনটো৷ যথাবিহিত পূজা-অৰ্চনা আগবঢ়োৱা হয় মা সৰস্বতীলৈ৷ শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটোৰ গুৰুত্ব অপৰিসীম৷ এই দিনটোত শিক্ষাৰ্থীসকলে কেইটামান দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা উচিত যাতে মা সৰস্বতী কোনো কাৰণতে অসন্তুষ্ট হ’বলগা নহয়৷ বসন্ত পঞ্চমীৰ দিনটোত এইসমূহ কাম শিক্ষাৰ্থীসকলে কৰা অনুচিত৷

  • বসন্ত পঞ্চমীৰ দিনটোত ক’লা বা ৰঙা ৰঙৰ বস্ত্ৰ পিন্ধিব নালাগে৷ ইয়াৰ পৰিৱৰ্তে সেউজীয়া, হালধীয়া আৰু বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো শুভ বুলি মনা হয়৷
  • বসন্ত পঞ্চমী এক প্ৰাকৃতিক উৎসৱ৷ গতিকে এই দিনটোত ফচল কটাৰ কাম কৰিব নালাগে৷ লগতে ঘৰতো গছ-গছনি কাটিব নালাগে৷
  • এই দিনটো কাৰো ক্ষেত্ৰত অপশব্দ প্ৰয়োগ কৰিব নালাগে৷ কোৱা হয় যে সৰস্বতী কণ্ঠত থাকে৷ সেয়েহে অনে কৰিলে সৰস্বতী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়৷
  • স্নান নকৰাকৈ ভোজন গ্ৰহণ কৰা অনুচিত৷ প্ৰথমে সৰস্বতীক পূজা আগবঢ়াই পাছতহে খাদ্য গ্ৰহণ কৰিব লাগে৷
  • কেৱল নিৰামিষ আহাৰ গ্ৰহণ কৰক সৰস্বতী পূজাৰ দিনটোত৷
  • সৰস্বতী পূজাৰ দিনা ব্যক্তিয়ে ব্ৰহ্মাচাৰ্য ব্ৰত পালন কৰিব লাগে৷
  • সৰস্বতী পূজাৰ দিনটোত এইকেইটা দিশত বিশেষভাৱে মন কৰা উচিত ব্যক্তিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbasant panchamisaraswati puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা

উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা

‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

‘মা সৰস্বতীয়ে বৈষম্য নিবিচাৰে’, ‘হিজাব’ৰ সমৰ্থনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.