• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল

1 year ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

17 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

18 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

19 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

19 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

20 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

21 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

21 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

22 hours ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

22 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

23 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

24 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল

editor by editor
March 26, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল
0
SHARES
647
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল

ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শেহতীয়াকৈ মহিলা ক্ৰিকেটাৰৰ কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ কৰিছিল। এই তালিকাত ভাৰতীয় মহিলা দলৰ ১৬ গৰাকী খেলুৱৈক তিনিটা বিভাগত তালিকাভুক্ত কৰা হয়। তাৰ পিছত আশা কৰা হৈছে যে ব’ৰ্ডে অতি সোনকালে পুৰুষ ক্ৰিকেটৰ বাবেও কেন্দ্ৰীয় চুক্তি ঘোষণা কৰিব, য’ত ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চুক্তি ঘোষণাৰ পূৰ্বে বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে য’ত কোৱা হৈছে যে ভাৰতৰ হৈ তিনিওটা ফৰ্মেটত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত শ্ৰেয়াছ আয়াৰে বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত পুনৰ স্থান লাভ কৰিবলৈ সাজু হব পাৰে।

পবাছে ৰোহিত শৰ্মা, বিৰাটে কোহলী আৰু ৰবিন্দ্ৰ জাদেজা সন্দৰ্ভত আহিব পাৰে কিছু সালসলনি। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই তালিকাত ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ডাঙৰ শ্বক পাব পাৰে।

এতিয়ালৈকে অধিনায়ক ৰোহিত, বিৰাট, ৰবীন্দ্ৰ জাডেজা আৰু জছপ্ৰিত বুমৰহৰ দৰে খেলুৱৈক কেন্দ্ৰীয় চুক্তিৰ এ+ শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া ৰোহিত, বিৰাট আৰু জাদেজাই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

এনে পৰিস্থিতিত বিচিচিআইয়ে নতুন কেন্দ্ৰীয় চুক্তিত ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে। প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে একাংশ বিষয়াই এই তিনিজন খেলুৱৈক একেটা শ্ৰেণীতে থকাটো বিচাৰে, আনহাতে আন কিছুমানে এই কথাত মতানৈক্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে A+ শিতানত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে অবিৰতভাৱে খেলা খেলুৱৈসকলক বিচিচিআইত অন্তৰ্ভুক্ত কৰা হয়। যিহেতু ৰোহিত, বিৰাট আৰু জাদেজাই এটা ফৰ্মেটৰ পৰা অৱসৰ লৈছে, সেয়েহে এ+ শাখাত তেওঁলোকৰ স্থানক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই এ+ কেটেগৰীৰ খেলুৱৈয়ে বছৰি বিচিচিআইৰ পৰা ৭ কোটি টকা লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciBCCI Central Contrackrohit sarmavirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল
অসম

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

April 29, 2026
Next Post
নিশ্চিন্তমনে বিনিয়োগ কৰিব পাৰে! বছৰত ৬০ হাজাৰ টকা বিনিয়োগ কৰিয়েই লাখপতি, ম্যাদৰ শেষত হাতত পাব ১৬,২৭,২৮৪টকা

নিশ্চিন্তমনে বিনিয়োগ কৰিব পাৰে! বছৰত ৬০ হাজাৰ টকা বিনিয়োগ কৰিয়েই লাখপতি, ম্যাদৰ শেষত হাতত পাব ১৬,২৭,২৮৪টকা

সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাক লৈ সামাজিক মাধ্যমত কি লিখিলে কণ্ঠশিল্পী দীপলিনাই?

সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাক লৈ সামাজিক মাধ্যমত কি লিখিলে কণ্ঠশিল্পী দীপলিনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.