• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্ধি দিলে ১০ কঠোৰ নিয়ম, তাৰকা খেলুৱৈ বুলি কোনেও ৰেহাই নাপায়, অন্যথা জৰিমনা

বান্ধি দিলে ১০ কঠোৰ নিয়ম, তাৰকা খেলুৱৈ বুলি কোনেও ৰেহাই নাপায়, অন্যথা জৰিমনা

1 year ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

24 seconds ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

32 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

50 minutes ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

3 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

4 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

7 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বান্ধি দিলে ১০ কঠোৰ নিয়ম, তাৰকা খেলুৱৈ বুলি কোনেও ৰেহাই নাপায়, অন্যথা জৰিমনা

editor by editor
January 17, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বান্ধি দিলে ১০ কঠোৰ নিয়ম, তাৰকা খেলুৱৈ বুলি কোনেও ৰেহাই নাপায়, অন্যথা জৰিমনা
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বান্ধি দিলে ১০ কঠোৰ নিয়ম, তাৰকা খেলুৱৈ বুলি কোনেও ৰেহাই নাপায়, অন্যথা জৰিমনা

ভাৰতীয় ক্ৰিকেট জগতত এটাৰ পাছত এটালৈ আহি আছে নতুন নতুন নিয়ম। এইবাৰ জাৰি কৰিলে ১০ টা নিয়ম। সকলো খেলুৱৈয়ে মানিব লাগিব নতুনকৈ বান্ধি দিয়া এই ১০ টা কঠোৰ নিয়ম। অন্যথা ভৰিব লাগিব জৰিমনা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছতে এই নিয়ম জাৰি কৰিছে বি চি চি আইৰ ফালৰ পৰা। আনকি তাৰকা খেলুৱৈ হিচাপেও লাভ নকৰে কোনো সুবিধা।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া ৪৫ দিনতকৈ অধিক সময়ৰ বিদেশ ভ্ৰমণত খেলুৱৈয়ে মাত্ৰ দুসপ্তাহৰ বাবে পৰিয়ালক লগত লৈ যাব পাৰিব। ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক কৰা হৈছে আৰু বিদেশ ভ্ৰমণত ব্যক্তিগত কৰ্মচাৰীক নিষিদ্ধ কৰা হৈছে।
ইয়াৰ বাহিৰেও খেলুৱৈসকলে ধাৰাবাহিক খেলৰ সময়ত ব্যক্তিগত বিজ্ঞাপন শ্বুটিং কৰিব নোৱাৰিব। ১০ পইণ্টৰ এই নিয়ম মানি চলাটো বাধ্যতামূলক হ’ব। যদি খেলুৱৈয়ে এই নিয়ম নামানে তেন্তে বিচিচিআইয়ে ব্যৱস্থা কঠোৰ ল’ব। এতিয়াৰে পৰা ভ্ৰমণৰ সময়ত খেলুৱৈসকলক পৃথকে পৃথকে যাত্ৰা কৰিবলৈ দিয়া নহ’ব আৰু মেচ সোনকালে শেষ হ’লেও আগতীয়াকৈ যাবলৈ দিয়া নহ’ব।

এই নিয়ম মানি চলিব লাগিব-
১- খেলুৱৈসকলৰ পৰিয়ালসমূহ ৪৫ দিনতকৈ অধিক ভ্ৰমণত মাত্ৰ ২ সপ্তাহহে থাকিব।
২- ক্ৰিকেটাৰৰ বাবে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক।
৩- ধাৰাবাহিক খেলৰ সময়ত খেলুৱৈসকলক ব্যক্তিগত বিজ্ঞাপন দিয়াতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
৪- ভ্ৰমণৰ সময়ত খেলুৱৈসকলক পৃথকে পৃথকে যাত্ৰা কৰিবলৈ দিয়া নহ’ব।
৫- যদিহে ভ্ৰমণ বা মেচ সোনকালে শেষ হয় তেন্তে তেওঁলোকক সোনকালে যাবলৈ দিয়া নহ’ব।
৬- দলৰ লগতে মেচ আৰু অনুশীলনত খেলুৱৈসকল একেলগে আহিব আৰু যাব।
৭- যদি খেলুৱৈয়ে ১৫০ কেজিতকৈ অধিক লাগেজ লগত লয় তেন্তে অতিৰিক্ত ধন নিজেই দিব লাগিব।
৮- ব্যক্তিগত মেনেজাৰ, ৰান্ধনী, সহায়ক আৰু নিৰাপত্তাৰক্ষীক ভ্ৰমণ বা ছিৰিজৰ পৰা নিষিদ্ধ কৰা হ’ব।
৯- বিচিচিআইৰ কাৰ্যসূচীত উপস্থিত থাকিব লাগিব।
১০- সঁজুলিসমূহ চেণ্টাৰ অৱ এক্সেলেন্সলৈ প্ৰেৰণ কৰিবলৈ দল পৰিচালনাৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciBCCO Indian cricketerCricketerIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!
জীৱনশৈলী

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

July 11, 2026
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম
বাণিজ্য

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

July 11, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
Next Post
এই সপ্তাহৰ পাছতেই মকৰ ৰাশিৰ বুধাদিত্য ৰাজযোগ, জীৱন সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ

এই সপ্তাহৰ পাছতেই মকৰ ৰাশিৰ বুধাদিত্য ৰাজযোগ, জীৱন সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ

আনুষ্ঠানিক ঘোষণা, বিনা প্ৰতিদ্বন্দ্বিতাৰে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

আনুষ্ঠানিক ঘোষণা, বিনা প্ৰতিদ্বন্দ্বিতাৰে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.