• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

13 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

13 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

14 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

15 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

15 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

16 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

17 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

18 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

19 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

19 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

20 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

editor by editor
March 17, 2024
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়

নেইল পলিচ আঁতৰাবলৈ হয়তো সদায়ে আপুনি নেইল ৰিমুভাৰৰ ব্যৱহাৰ কৰি আহিছে। পাছে এই নেইল ৰিমুভাৰৰ ব্যৱহাৰৰ ফলত বেয়া হ’বলৈ ধৰে নখ সমূহ।

ৰিমোভাৰ ব্যৱহাৰৰ ফলত নখৰ ৰং পাতল হোৱাৰ লগতে ভংগুৰো হৈ পৰিব নখ সমূহ। কেতিয়াবা আকৌ ৰাসায়নিক পদাৰ্থ থকা নেলপলিচ ৰিমুভাৰৰ ব্যৱহাৰে আপোনাৰ নখত বেয়া প্ৰভাৱো পেলায়।

এনে পৰিস্থিতিত আমি কিছুমান ঘৰুৱা পদ্ধতিৰে নেইল পচিল আঁতৰাব পাৰো। যাৰ ফলত নখৰ কোনো ক্ষতি নহয়, বৰঞ্চ নখৰ গুণাগুণ একেই থাকে।

– পাৰফিউম ব্যৱহাৰ কৰি নখৰ পৰা নেইপলিচ আঁতৰাই পেলাব পাৰি। পাৰফিউমত ২০ৰ পৰা ২৫% এলক’হল থাকে, যাৰ সহায়ত নখৰ পৰা নেইলপলিচ সহজে আঁতৰাই পেলাব পাৰি।

– নেমু আৰু বেকিং চোডাৰ দ্বাৰাও নেইলপলিচ আঁতৰাই পেলাব পাৰি। নেমুত কেলচিয়াম, পটাছিয়াম, ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান থাকে, যাৰ ফলত নখ ভাল হয়।

– ৫ মিনিট মান সময় গৰম পানীত ডুবাই ৰাখিব লাগে। তাৰ পিছত নেইল পলিচ ৰিমুভাৰ লগোৱাৰ দৰে নখত নেমু লগাওক।

-নাইবা নেইলপলিছৰ সহায়তো নখৰ ৰং আঁতৰাব পাৰি। ইয়াৰ বাবে আপুনি যিকোনো পুৰণি নেলপলিচ নখত লগাওক আৰু লগে লগে কপাহেৰে নখ পৰিষ্কাৰ কৰক। দেখিব নতুনৰ লগতে পুৰণি নেইলপলিচৰ ৰঙো নোহোৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: beauty tipsfashionFashion Tipslife style
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়
জীৱনশৈলী

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

August 16, 2026
Next Post
কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে

এদিনৰ পাছতে সলনি হ’ব শনি গ্ৰহৰ স্থান, ৩ ৰাশিৰ ওপৰত আশীৰ্বাদ পৰিব শনি দেৱতাৰ

এদিনৰ পাছতে সলনি হ'ব শনি গ্ৰহৰ স্থান, ৩ ৰাশিৰ ওপৰত আশীৰ্বাদ পৰিব শনি দেৱতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.