• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে

একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে

2 years ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

45 seconds ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

36 minutes ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

1 hour ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

1 hour ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

2 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

3 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

4 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

16 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

16 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে

একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে

editor by editor
June 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমক বহুতেই এতিয়া এক তিক্ত অভিজ্ঞতা বুলি দাবী কৰে। কিন্তু প্ৰেমেই জীৱনৰ চালিকা শক্তিও। প্ৰেম মসৃণ হৈ থকালৈকে সকলোবোৰ ভাল লাগিলেও যেতিয়া জটিলতা আহে তেতিয়া বহুতৰ জীৱনেই অন্ধকাৰ হৈ পৰে। অনুভূতিবোৰৰ বাবেই বহুতে চৰম সিদ্ধান্ত পৰ্যন্ত লৈ পেলাই। বহু সময়ত আকৌ এজন ব্যক্তিয়ে দুগৰাকী সংগী গোটাইয়ো বিপদত পৰে। একেসময়তে এগৰাকী ব্যক্তিৰ দুজন সংগী হৈ পৰাটোক সমাজে নাম দিয়ে পৰকীয়া। তেনে পৰিস্থিতিৰ মুখামুখি বহুজনেই প্ৰায়েই হৈ থাকে। বহু পুৰুষৰ বা নাৰীৰ একেসময়তে দুগৰাকী ব্যক্তিক ভাল লগাও হৈ পৰে। এয়া অস্বাভাৱিক কোনো ঘটনা নহয়। প্ৰকৃততে সম্পৰ্কত থকাৰ সময়ত কেতিয়াবা এগৰাকী সংগীৰ সৈতে মতভেদ আহিলে আন কোনো মনে মিলা মানুহ সংগী হৈ পৰে অথচ পুৰণি সংগীকো এৰিব নোৱাৰা অৱস্থা আহে। তেনে পৰিস্থিতি আহিলে আপুনি কি কৰিব। কাক আপোনৰ কাষত ৰাখি কাক বিদায় দিব? সিদ্ধান্ত লোৱাৰ পূৰ্বে এই ৫টা কথাত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন।

আপোনাৰ কথা কোনে ভাৱে?

দুগৰাকী ব্যক্তিৰ মাজত কোনগৰাকী ব্যক্তিয়ে আপোনাৰ ভাল বেয়াৰ খবৰ ৰাখে সেই বিষয়ত নজৰ দিয়ক। তেতিয়াই আপুনি বহু প্ৰশ্নৰ উত্তৰ লাভ কৰিব। যিয়ে আপোনাৰ যত্ন লয়, আপোনাৰ সিদ্ধান্তৰ সৈতে যাৰ মতৰ মিল থাকে, যাৰ সৈতে ভাল-বেয়া সকলোবোৰ কথাই মুকলিকৈ পাতিব পাৰে তেওঁকেই কাষত ৰাখিব পাৰে। তেতিয়াই ভুল মানুহগৰাকীৰ ছবি আপোনাৰ মন মগজুৰ পৰা লাহে লাহে আঁতৰি যাব।

বুদ্ধিৰে বিবেচনা কৰক

মনৰ মানুহগৰাকী চিনি উলিয়াবলৈ আপুনি কিছু পৰিমানে বুদ্ধিয়কো হব লাগিব। সতৰ্কও হব লাগিব। কোনো শান্ত স্থানত বহি বৰ্তমানৰ পৰিস্থিতিক বিবেচনা কৰক। সামগ্ৰিক ঘটনা পৰিঘটনাসমূহ জুঁকিয়াই চাওক। নিজৰ ভুলসমূহো ভাৱক। এইসমূহ ভৱাৰ পাছতহে এগৰাকী সংগী নে দুগৰাকীয়েই প্ৰয়োজন সেই সিদ্ধান্ত লওক।

কাৰ কথা মনলৈ বাৰে বাৰে আহে

আপুনি অন্যমনস্ক হৈ থাকোতে কাৰ ছবি মন মগজুত ঘূৰি থাকে সেই কথাও ভাৱক। প্ৰয়োজনত কাষৰ বন্ধুৰ সৈতেও আলোচনা কৰক। যি আপোনাৰ চিন্তাত প্ৰতিক্ষণেই থাকে তেওঁকেই আঁকোৱালি লওক।

পাৰস্পৰিক শ্ৰদ্ধাবোধ আছেনে

দুজন পুৰুষ বা দুগৰাকী নাৰীত মন দিছে কিন্তু এই দুগৰাকীৰ মাজত আপুনাৰ প্ৰতি কাৰ শ্ৰদ্ধাবোধ বেছি সেই বিষয়টো জুঁকিয়াই চাওক। সম্পৰ্ক এটাৰ পাৰস্পৰিক শ্ৰদ্ধাবোধ খুবেই জৰুৰী।

ভৱিষ্যতৰ কথাও ভাৱক

আপুনি কাৰ সৈতে ভৱিষ্যতৰ সপোন দেখিলে বিপদ নহয় সেই কথাও ভাৱক। যদি সঠিক মানুহৰ সন্ধান কৰিছে তেন্তে ভৱিষ্যত পৰিকল্পনা থকাটোও খুবেই জৰুৰী। কাৰণ স্বচ্ছ কমিউনিকেশ্ব্যনেই আপোনাৰ সম্পৰ্কক আৰু অধিক সুন্দৰভাৱে গঢ়ি তুলিব। মনত ৰাখিব সম্পৰ্ক ভালে ৰখাৰ বাবে প্ৰথমেই এজনে আনজনৰ মাজত স্বচ্ছতা দেখা পোৱাটোও জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
Next Post
বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

আজিৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক গণেশৰ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

আজিৰ ৰাশিফল- পুৱাই পুৱাই এই ৰাশিৰ লোক সকলে লাভ কৰিব কোনো বিশেষ সংবাদ, সলনি হৈ পৰিব জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.