উপ নিৰ্বাচনক লৈ সাজু ৰাজনৈতিক দলসমূহ৷ তৃণমূল পৰ্যায়ত ভেটি শক্তিশালী কৰিছে আঞ্চলিক ৰাজনৈতিক দলসমূহেও৷ থাওৰাত বিজেপিক প্ৰতিহত কৰিবলৈ সক্ষম হ’বনে বিৰোধী?