• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

4 months ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

8 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

30 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

53 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull-Sting সেৱন কৰা লোকৰ বাবে ডাঙৰ খবৰ! FSSAI এ কোম্পানীসমূহক দিছে জাননী।

editor by editor
July 4, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা, স্বাস্থ্য
0
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই ৰেডবুল আৰু ষ্টিংকে ধৰি কেইবাটাও জনপ্ৰিয় পানীয় ব্ৰেণ্ডলৈ জাননী জাৰি কৰিছে। এফ এছ এছ এ আইত উল্লেখ আছে যে ভাৰতৰ খাদ্য সুৰক্ষা নিয়মৰ অধীনত “এনাৰ্জী ড্ৰিংক” শব্দটো স্বীকৃতিপ্ৰাপ্ত নহয়। গতিকে এনে কোম্পানীসমূহে নিজৰ সামগ্ৰীসমূহক “এনাৰ্জী ড্ৰিংক” হিচাপে বিক্ৰী কৰা নিৰীক্ষণৰ আওতালৈ আহিব পাৰে। মহাৰাষ্ট্ৰ চৰকাৰেও বিদ্যালয়ৰ সমীপত এনেধৰণৰ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত দমন কৰিছে।

এই ব্ৰেণ্ডসমূহে লাভ কৰিছে জাননী

FSSAI য়ে কয় যে তেওঁলোকে Hell Energy Drink, Adrenaline Rush Energy Drink, Red Bull Energy Drink আৰু Sting Energy Drink লৈ জাননী জাৰি কৰিছে। নিয়ন্ত্ৰক সংস্থাটোৱে কয় যে ভাৰতত “এনাৰ্জী ড্ৰিংক”ৰ বাবে কোনো নিৰ্দিষ্ট মানদণ্ড নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে এই নাম ব্যৱহাৰ আৰু ইয়াৰ লগত জড়িত দাবীয়ে গ্ৰাহকক বিপথে পৰিচালিত কৰিব পাৰে। এফ এছ এছ এ আইয়ে এইটোও স্পষ্ট কৰি দিয়ে যে খাদ্য শ্ৰেণী ব্যৱস্থাটো কোনো সামগ্ৰীৰ নামকৰণ বা লেবেল লগোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

এই দাবীসমূহৰ ওপৰত আপত্তি

এই পানীয়সমূহে শক্তি বৃদ্ধি কৰে, মনোযোগ উন্নত কৰে, মন সক্ৰিয় কৰে বা সাধাৰণ দুৰ্বলতা দূৰ কৰাত সহায় কৰে বুলি কোম্পানীসমূহে কৰা দাবীৰ বিৰুদ্ধেও এফ এছ এছ এ আইয়ে আপত্তি কৰে। নিয়ন্ত্ৰকৰ মতে খাদ্য সামগ্ৰীৰ বাবে এনে চিকিৎসামূলক বা কাৰ্যকৰী দাবী নিয়মৰ অধীনত অনুমোদিত নহয়। গ্ৰাহকৰ বিভ্ৰান্তি ৰোধ কৰিবলৈ ব্ৰেণ্ডিং আৰু লেবেলিঙৰ ওপৰত নিৰীক্ষণ আৰু অধিক কঠোৰ কৰিব বুলি এফ এছ এছ এ আইয়ে কয়।

মহাৰাষ্ট্ৰ চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

ইফালে মহাৰাষ্ট্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিদ্যালয়ৰ পৰা ৫০০ মিটাৰৰ ভিতৰত ষ্টিং আৰু অন্যান্য মাদক দ্ৰব্য বিক্ৰী কৰা নহয়। শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ মন্ত্ৰী নৰহৰি জিৰৱালে উল্লেখ কৰে যে যদি কোনো বিদ্যালয়ৰ ওচৰত এনে সামগ্ৰী বিক্ৰী হোৱা দেখা যায় তেন্তে জড়িতসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা অভিযান চলাবলৈও নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এনে পানীয়ত অধিক পৰিমাণে কেফেইন আৰু চেনি থাকে, যাৰ ফলত শিশুৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
Next Post
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ'ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.