• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

2 years ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

22 minutes ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

60 minutes ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

2 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

2 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

19 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

20 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

20 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

21 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

22 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

23 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

24 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

editor by editor
February 6, 2024
in ভাৰত, ৰাজনীতি
0
কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কুকুৰে খাব নুখুজা বিস্কুট এইবাৰ কংগ্ৰেছ কৰ্মীক খাবৰ বাবে দিলে ৰাহুল গান্ধীয়ে। ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগেই আৰম্ভ হৈছে এটাৰ পাছত আনটো বিতৰ্ক। বিষয়টোক লৈ একাংশ বিজেপি বিধায়কেও এক্স হেণ্ডেলত লিখিছে বিশেষ পোষ্ট। এই ভিডিঅ’ক লৈ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে ৰাহুল গান্ধীয়ে তেওঁৰ সৈতেও এই কাম কৰিছিল। প্লেট ভৰ্তি বিস্কুট পোনতে কুকুৰক দিয়া হৈছিল সেই প্লেটৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন বিস্কুট দিছিল ৰাহুল গান্ধীয়ে।

সোমবাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজত আকৌ এবাৰ সেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। এটা কুকুৰ হঠাৎ তেওঁৰ কাষলৈ লৈ অনা হৈছিল। ৰাহুলে মৰমতে কুকুৰটোৰ হাতত এখন বিস্কুট তুলি দিছিল কিন্তু কুকুৰটোৱে সেই বিস্কুট গ্ৰহণ নকৰিলে। কুকুৰটোৱে খাব নোখোজা সেই বিস্কুট ৰাহুলে কংগ্ৰেছ কৰ্মী এজনৰ হাতত তুলি দিয়ে। এই সমগ্ৰ কাহিনীৰ সৈতে ভিডিঅ’টো শ্বেয়াৰ কৰিছে বিজেপিৰ আইটি চেলৰ প্ৰধান সদস্য অমিত মালব্যই। এই ভিডিঅ’ তাৰপিছতেই বিভিন্নজনে শ্বেয়াৰ কৰিছে।

এই ভাইৰেল ভিডিঅ’ক লৈ আই টি চেল প্রধান অমিত মালব্যই লিখিছে, ‘ভাৰত জোড়ো যাত্ৰাৰ সময়ৰেই এই ভিডিঅ’। মাত্ৰ কেইটামান দিন পূৰ্বে কংগ্ৰেছ সভাপতি খৰ্গেৰ দলীয় বুথ এজেণ্টসকলক কুকুৰৰ সৈতে তুলনা কৰিছিল। তাতেই ৰাহুল গান্ধীয়ে তেওঁৰ যাত্ৰাৰ সময়ত কুকুৰক বিস্কুট যাচিছে। কুকুৰে খাব নোখোজা বিস্কুট আকৌ কংগ্ৰেছী সদস্যৰ হাতত তুলি দিয়াটো কেনেধৰণৰ কথা? কোনো দলৰ সভাপতি আৰু যুৱৰাজে যদি তেওঁৰ দলৰ কৰ্মীসকলক কুকুৰ ভাৱিয়েই তেওঁ এই আচৰণ কৰে, এনে আচৰণ থকা ব্যক্তিৰ দল বিলুপ্ত হোৱাটোৱেই শ্ৰেয়।’

বিজেপি নেত্ৰী পল্লবী ছিটিয়ে আকৌ এই ঘটনাৰ বাবে সমগ্ৰ গান্ধী পৰিয়ালকেই নিৰ্লজ্জ বুলি কটাক্ষ কৰিছে। পল্লৱীক সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এৰিছে বিশেষ বাৰ্তা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘এসময়ত মোকো ৰাহুল গান্ধীয়ে তেওঁৰ ঘৰৰ কুকুৰ পিডিৰ প্লেটৰ বিস্কুট খাবলৈ দিছিল। মই নাখালো। কেৱল ৰাহুল গান্ধীয়েই নহয়, তেওঁৰ সমগ্ৰ পৰিয়ালেই মোক সেই বিস্কুট খুৱাব বিচাৰিছিল। মই নাখালো আৰু লগে লগে কংগ্ৰেছ দলো ত্যাগ কৰিলো।’

অৱশেষত এই সমগ্ৰ ঘটনাক লৈ ৰাহুল গান্ধীয়ে সংবাদমেলযোগে সকলো স্পষ্ট কৰি দিছে। ৰাহুলে সংবাদমেলত কয়, ‘মোৰ যাত্ৰাৰ মাজতেই গৰাকীয়ে তেওঁৰ কুকুৰটোক মোৰ কাষলৈ লৈ আহিছিল। মই কুকুৰটোক এখন বিস্কুট দিছিলো। কুকুৰটো ভয়ে ভয়ে আছিল বাবে মোৰ হাতৰ পৰা বিস্কুটখন সি নাখালে। মই সেয়ে সেই বিস্কুট তাৰ মালিকৰ হাতত দিলো। মালিকে তাক সেই বিস্কুটতো খুৱাই দিলে। সিও খাই দিলে। তাত ইছ্যু বনোৱাৰ কি কাৰণ আছে? বিজেপি নেতৃত্বৰ কুকুৰক লৈ কি অসুবিধা আছে বুজি নাপাও? বিজেপিৰ কি ক্ষতি কৰিছে কুকুৰে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
Next Post
পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.